• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ চৈয়দক কাৰাগাৰলৈ প্ৰেৰণ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 11:55 am
Hafeez

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দ। ফটো উৎস : ইণ্টাৰনেট

4.6k
VIEWS
Share on FacebookShare on Twitter

ভয়াবহ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দক বুধবাৰে পাকিস্তানৰ আদালতে কঠোৰ শাস্তি প্ৰদান কৰে।

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা লস্কৰ–ই–তৈবা (এলইটি)ৰ প্রতিষ্ঠাতা তথা জামাত-উদ-দাৱাৰ প্ৰধান হাফিজক সন্ত্ৰাসবাদী কাৰ্যকলাপত পুঁজি যোগান ধৰাৰ দুটাকৈ গোচৰত দেশখনৰ এখন সন্ত্ৰাসবাদ প্ৰতিৰোধী আদালতে পাঁচ বছৰ ছয়মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

আদালতে তেওঁক লগতে দুয়োটা গোচৰত ১৫ হাজাৰকৈ টকাও জৰিমনা বিহে৷

উল্লেখ্য যে প্ৰথমাৱস্থাত গোচৰ দুটাৰ শুনানি গুজৰাৱাল এ টি চিত হৈছিল যদিও পাছত লাহোৰ উচ্চ আদালতৰ নিৰ্দেশত লাহোৰ এ টি চিলৈ স্থানান্তৰিত হয়।

আদালতখনে দুয়োটা গোচৰৰ বাবে ২৩ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল।

দেশখনৰ সন্ত্রাসবিৰোধী আইন (এ টি চি)ৰ ১১এফ (২) আৰু ১১–এন ধাৰাৰ অধীনত লাহোৰৰ আদালতখনে দোষী সাব্যস্ত কৰিছে হাফিজক।

এ টি চিৰ বিচাৰপতি আর্শ্বাদ হুছেইন ভাট্টাই ছয়দৰ বিৰুদ্ধে ঘোষণা কৰে শাস্তিৰ ৰায়।

উল্লেখ্য যে ২০০৮ চনৰ ২৬/১১ৰ মুম্বাইত সংঘটিত আক্ৰমণৰ পিছতে য়ুনাইটেড নেশ্যনছ চিকিউৰিটি কাউন্সিলে হাফিজ চৈয়দক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল। উক্ত আক্ৰমণটোত ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd