• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ প্ৰথমটো পঞ্চ তাৰকা হোটেলযুক্ত ৰে’লেৱ ষ্টেশ্যনৰ মৰ্যাদা লাভৰ দিশে গান্ধীনগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 4:02 pm
Gandhinagar railway

নিৰ্মাণৰত গান্ধীনগৰ ৰে'লৱে পঞ্চতাৰকাযুক্ত হোটেলৰ আলোকচিত্ৰ, উৎস - ইন্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰথমটো বিশ্বমানৰ ৰে’লৱে ষ্টেশ্যনৰ মৰ্যাদা লাভৰ দিশে অগ্ৰসৰ হৈছে গুজৰাটৰ গান্ধীনগৰ ৰে’লৱে ষ্টেশ্যন।

দেশৰ প্ৰথমটো ৰে’লৱে ষ্টেশ্যনৰ ট্ৰেকৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই পঞ্চতাৰকাযুক্ত হোটেল। উল্লেখ্য যে লীলা গ্ৰুপে গান্ধীনগৰ ৰে’লৱে ষ্টেশ্যনৰ ট্ৰেকৰ ওপৰত নিৰ্মাণ কৰা এই পঞ্চতাৰকাযুক্ত হোটেলখন চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হৈ উঠিব বুলি জনাইছে ৰে’লৱে ব’ৰ্ডৰ চেয়াৰমেন ভি কে যাদৱে।

Apply Now

চেয়াৰেমন যাদৱে লগতে জনাইছে যে গান্ধীনগৰ ৰে’লৱে ট্ৰেকৰ ওপৰত নিৰ্মিত বিশ্বমানৰ এই পঞ্চতাৰকাযুক্ত হোটেলখন দেশৰ ভিতৰতে প্ৰথম আৰু ইয়াত পঞ্চতাৰকা হোটেলৰ সকলো ধৰণৰ সা-সুবিধাই উপলব্ধ হ’ব।

তিনিটা টাৱাৰ সংলগ্ন উক্ত পঞ্চতাৰকাযুক্ত হোটেলখনত মুঠ ৩০০ টা কোঠা থাকিব। অতি উচ্চমানৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত হোটেলখনৰ তলৰ ৰে’লৱে ট্ৰেকেৰে ৰেইল চলি গ’লেও কোনোধৰণৰ কম্পন অনুভূত নহ’ব বুলিও জনাইছে চেয়াৰমেন যাদৱে।

তিনিটা টাৱাৰ সংলগ্ন হৈ থকা হোটেলখনৰ গ্ৰাউণ্ড ফ্ল’ৰৰ উচ্চতা হৈছে ২২ মিটাৰ। ইয়াৰ তিনিটা টাৱাৰত ক্ৰমে ৬, ৮ আৰু ১০ টা মহলা থাকিব, যিটো হ’ব গান্ধীনগৰ চহৰৰ আটাইতকৈ উচ্চ আট্টালিকা।

অত্যাধুনিকভাৱে নিৰ্মিত উক্ত পঞ্চতাৰকাযুক্ত হোটেলখনত যাত্ৰীসকলৰ বাবে শ্ব’পাৰ শ্ব’প, বিগ বজাৰ আদিৰ দৰে বহুজাতিক কোম্পানীৰ শ্ব’পিং ম’ল, ফুড ক’ৰ্ট আদিয়ো উপলব্ধ হ’ব। আৰু একেলগে ৬০০ যাত্ৰীয়ে জিৰণি ল’ব পৰাকৈ আসনৰ ব্যৱস্থাও থাকিব।

বিমানবন্দৰৰ আৰ্হিত নিৰ্মিত এই পঞ্চতাৰকাযুক্ত হোটেলখনে ভাৰতীয় ৰেইল বিভাগলৈ যথেষ্ট পৰিমাণৰ ৰাজহ আয় কৰিব বুলি ধাৰণা কৰিছে ৰেইল কৰ্তৃপক্ষই।

উল্লেখ্য যে অত্যাধুনিক বিমানবন্দৰৰ আৰ্হিত নিৰ্মিত ভাৰতীয় ৰে’লৱেৰ বিশ্বমানৰ এই অভিলাষী প্ৰকল্পটো ভাৰতীয় ৰে’লৱে ষ্টেশ্যন উন্নয়ন নিগমৰ অধীনত লীলা গ্ৰুপে নিৰ্মাণ কৰিছে আৰু গান্ধীনগৰ ৰে’লৱে আৰু নগৰ উন্নয়ন নিগম লিমিটেড আৰু গুজৰাট চৰকাৰে সহযোগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd