• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মায়াৱতীৰ ঘৰত অন্ধকাৰ: যোগী চৰকাৰৰ কিহৰ প্ৰতিশোধ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 4:35 pm
1483860579-mayawati--fb517

বিএছপি নেত্ৰী মায়াৱতী। ফটো: ফেইচবুক

1.1k
VIEWS
Share on FacebookShare on Twitter

বহুজন সমাজ পাৰ্টিৰ (বিএছপি) সভানেত্ৰী মায়াৱতীয়ে বুধবাৰে অন্ধকাৰ কিমান অস্বস্তিকৰ হ’ব পাৰে তাৰ উমান পালে।

আমোদজনক কথাটো হ’ল বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে মায়াৱতীৰ গ্ৰেটাৰ নয়দাৰ বদলপুৰৰ বাসগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়।

নেত্ৰীগৰাকীয়ে বিদ্যুতৰ ৬৭,০০০ টকাৰ বিল আদায় দিয়া নাছিল।

শক্তি বিভাগৰ মুখপাত্ৰই কয় যে এই বিদ্যুৎ কৰ্তন এক ‘নিয়মীয়া অনুশীলন’।

মায়াৱতীৰ পৰিয়ালৰ সদস্যই ততাতয়াকৈ ৫০,০০০ টকা জমা কৰাৰ পাছতেই তেওঁৰ বাসগৃহ পুনৰ বিদ্যুতেৰে আলোকিত হৈ পৰে।

শক্তি বিভাগৰ লক্ষ্ণৌৰ এগৰাকী জ্যেষ্ঠ  বিষয়াই কয় যে এই ঘটনাৰ সৈতে কোনো ৰাজনীতি জড়িত নাই।

‘’আমি য’তেই বিদ্যুতৰ বিল অনাদায় হৈ থাকে তাতেই বিদ্যুৎ কৰ্তন কৰো আৰু এই ঘটনাটোও তাৰেই এটা উদাহৰণ মাত্ৰ। বিদ্যুৎ সংযোগ পুনৰ দিয়া হৈছে,’’-বিষয়াগৰাকীয়ে কয়।

বহুতেই ঘটনাটোক এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি ভাৱিছিল।

মায়াৱতী যিহেতু প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু এগৰাকী বলিষ্ঠ বিৰোধী নেত্ৰী সেয়েহে কথাটো প্ৰথমতে সকলোৱে ৰাজনৈতিক প্ৰতিশোধৰ বুলিয়েই অনুমান কৰিছিল।

যিয়েই নহওক, অন্ধকাৰ আঁতৰাই মায়াৱতীৰ গৃহত এতিয়া আলোক উজলিছে।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd