• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভিন্টেজ চার্কোল- গুৱাহাটীৰ নিজস্ব এক আকৰ্ষণীয় সফলতাৰ কাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2018 11:27 am
vantage-circle-570x320

ফটো : কোৱাৰ্ট্জৰ সৌজন্যত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইয়া আমেৰিকা বা কোনো বৃহৎ মহানগৰৰ কাহিনী নহয়। সাত বছৰ আগতে আমাৰ গুৱাহাটীতে আৰম্ভ কৰা অসমীয়া যুৱকৰ এটি প্ৰতিষ্ঠানৰ সফলতাৰ কাহিনী এয়া।

২০১১ চনত পাৰ্থ নেওগ আৰু তেওঁৰ স্কুলীয়া বন্ধু অঞ্জন পাঠকে স্থাপন কৰা এই প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক উৎসাহ আৰু লাভান্বিত কৰাৰ এখন মঞ্চ হিচাপে কাম কৰি আহিছে।

Apply Now

‘ভিন্টেজ চাৰ্কোল’ হিচাপে পৰিচিত এই প্ৰতিষ্ঠানটোৰ সেৱা গ্ৰহণকাৰীসকলৰ তালিকাত আছে ইনফ’ছিছ, উইপ্ৰো, ডেল’ইটি আৰু জে পি মৰগানৰ দৰে সংস্থা। ‘কোৱাৰ্ট্জ’ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

partha-neog
পাৰ্থ নেওগ, ভিন্টেজ চাৰ্কোলৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সহ- প্ৰতিষ্ঠাপক

কোনো মূলধন বিনিয়োগ নকৰাকৈয়ে ইয়াৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা উক্ত সকলোকে সেৱা যোগান ধৰি আহিছে।

গুৱাহাটীত এই দুই বন্ধুৱে ভিন্টেজ চাৰ্কোল গঠন কৰাৰ আগতে নেওগ আছিল ‘ইনফো এজ ইণ্ডিয়া’ৰ এগৰাকী প্ৰডাক্ট মেনেজাৰ আৰু পাঠক আছিল ব্ৰিটেইনত এগৰাকী কনছালটেন্ট।

‘’আমি আমাৰ নিজৰ ৰাজ্য অসমলৈ গুচি আহিছিলো কিয়নো আমি ইয়াৰে বাসিন্দা আৰু অন্যান্য ডাঙৰ মহানগৰৰ তুলনাত অসমত কম দৰমহাত কাম কৰিবলৈ মানুহ পোৱা যায়। এইটো খৰচ কৰ্তন কৰাৰ বাবে নহয় বৰঞ্চ কম খৰচী হিচাপে পৰিকল্পনা কৰা হৈছিল,’’- নেওগৰ উদ্ধৃতিৰে কোৱাৰ্ট্জত এয়া প্ৰকাশ পাইছে।

২০১৭ ৰ মাৰ্চত অন্ত পৰা যোৱাটো বিত্তীয় বৰ্ষত ভিন্টেজ চাৰ্কোলে সংগৃহিত ৪.৩ কোটি টকাৰ ৰাজহৰ পৰা প্ৰায় ৩০ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে নেওগে ২০১৮ৰ মাৰ্চত অন্ত পৰিবলগীয়া বিত্তীয় বৰ্ষত ৬ কোটি টকা ৰাজহ সংগ্ৰেহেৰে ৫০ লাখ টকাৰ লাভ অৰ্জন কৰাৰ আশা ব্যক্ত কৰিছে।

Vantage-Circle-Team-300x150
ভিন্টেজ চাৰ্কোলৰ বৰ্তমানৰ কৰ্মচাৰীসকল

কৰ্মচাৰীসকলক সুবিধা সেৱা আগবঢ়োৱা আৰু বহু কোম্পানী আছে যদিও অসমৰ এই যুৱকে চলোৱা এইটোৰ দৰে ইমান সংগঠিত আৰু সুপৰিচালিত আন কোনোটোৱে  নহয়। দুই যুৱকৰে এতিয়া বয়স ৪০ ৰ ঘৰত।

ভিন্টেজ চাৰ্কোলে ছেমছাঙ বা এইচ পিৰ দৰে প্ৰতিষ্ঠানৰ সেৱা গ্ৰহণ কৰিব বিচৰা কোম্পানীসমূহৰ মাজত সেতু হিচাপে কাম কৰে। এয়া এক ডিছকাউন্ট ভাউছাৰ বা গেজেটৰ ৰূপত কৰ্মচাৰীসকলক আগবঢ়োৱা হয়।

ভিন্টেজ চাৰ্কোলে দুয়োটা পক্ষৰ চুক্তি সম্পন্ন হোৱাৰ পিছত তেওঁলোকৰ ৰাজহ লাভ কৰে। কোম্পানীবোৰে ইয়াৰ ব্ৰেণ্ডসমূহৰ পৰা ৰাজহৰ এটা বুজন অংশ লাভ কৰে আৰু ইয়াৰ কৰ্পোৰেট গ্ৰাহকৰ পৰা সাধাৰণ পৰিমানৰ মাছুল গ্ৰহণ কৰে।

তেওঁৰ প্ৰকল্পটোৰ বৰ্তি থকাৰ বিষয়ে উল্লেখ কৰি নেওগে কোম্পানীটোৰ অৱস্থানক ইয়াৰ সফলতাৰ আন কাৰণসমূহৰ ভিতৰত অন্যতম বুলি দোহাৰে।

ভিন্টেজ চাৰ্কোলত কাম কৰা ৩৬ গৰাকী কৰ্মচাৰীৰ ভিতৰত ৩০ গৰাকীয়ে গুৱাহাটীৰ বাহিৰত কাম কৰি আছে। তদুপৰি, ৬ গৰাকী বিপণন আৰু বিক্ৰী চোৱা-চিতা কৰা কৰ্মচাৰীয়ে বেংগালুৰু তথা দিল্লীৰ পৰা কাম চলাই আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd