• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা বিৰোধী আন্দোলন চাবলৈ যোৱা মহানগৰীৰ যুৱক দুমাহ ধৰি সন্ধানহীন

‘মোৰ বোপাই তই য’তেই আছ ঘৰলৈ ঘূৰি আহ’ দুৰ্ভগীয়া মাতৃৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2020 7:26 am
index

সন্ধানহীন ৰাজদ্বীপ দাস। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ ৰূপান্তৰিত হোৱাৰ দিনটোতে অৰ্থ্যাৎ যোৱাবৰ্ষৰ ১১ ডিচেম্বৰৰ দিনাৰ পৰা সন্ধানহীন হৈ আছে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত উদয়াচলৰ এজন যুৱক। সন্ধানহীন যুৱকজনৰ নাম ৰাজদ্বীপ দাস(২৩)।

সন্ধানহীন যুৱকজনৰ পিতৃৰ নাম প্ৰবীৰ দাস আৰু মাতৃৰ নাম মঞ্জু দাস। পুত্ৰ ৰাজদ্বীপৰ অনুপস্থিতিত দুখে আগুৰি ধৰিছে দুয়োকে আৰু অতি অশান্তিৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।

Apply Now

‘আমাৰ বহু মৰমৰ আছিল সি। সি ঘৰত নথকাত আমি শান্তিৰে থাকিব পৰা নাই। মোৰ বোপাই তই য’তেই আছ ঘৰলৈ ঘুৰি আহ।‘ দুৰ্ভগীয়া মাতৃ মঞ্জু দাসে আমাৰ সাংবাদিকৰ আগত সন্ধানহীন পুত্ৰলৈ আহ্বান জনাই এইদৰে কয়।

ইপিনে, ১১ ডিচেম্বৰৰ দিনা দিনৰ প্ৰায় ১১ বজাত ‘কা’ বিৰোধী আন্দোলনৰ আন্দোলনকাৰীৰ চিঞৰ শুনি ঘৰৰ পৰা ওলাই যোৱা বুলি মাতৃয়ে সন্দেহ কৰিছে যদিও ঘৰৰ পৰা ওলাই যাওঁতে কাকো ক’ত যাব একো জনাই যোৱা নাছিল ৰাজদ্বীপে।

ৰাজদ্বীপে আনকি ঘৰত পিন্ধা কাপোৰেৰেই ওলাই গৈছিল আৰু লগত মোবাইল নিয়া নাছিল।

ইপিনে, ১১ ডিচেম্বৰতেই ঘৰৰ পৰা ওলাই যোৱা ৰাজদ্বীপ ১৫ ডিচেম্বৰ পৰ্য্যন্ত উভটি নহাত ভঙাগড় থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

ইপিনে, বয়স ১৮ বছৰৰ ওপৰৰ হোৱা বাবে কেৱল সন্ধানহীন হিচাপেহে এজাহাৰখন গ্ৰহণ কৰে আৰু কোনোধৰণৰ গোচৰ ৰুজু নকৰে।

বৰ্তমানলৈকে আৰক্ষীয়ে কোনোধৰণৰ শুংসুত্ৰ লাভ কৰিব পৰা নাই ৰাজদ্বীপৰ।

ৰাজদ্বীপৰ সন্ধান পালে পৰিয়ালৰ লোকে ৬৯০১৪৬১৭৫০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

ৰাজদ্বীপ মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত চিটী চেন্টাৰৰ এজন কৰ্মচাৰী আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd