• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়নে এপাক নাচিলে বিহু

গুৱাহাটীত উখল মাখল পৰিবেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2020 2:20 pm
Story-11-3-750x375

ফটো উৎস : নিউজ নেশ্যন

486
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত অংশ ল’বলৈ অহা বলিউদৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়ানে বিহু নৃত্যৰে হৃদয় জিনিবলৈ সক্ষম হৈছে অসমবাসীৰ।

শুকুৰবাৰে দুপৰীয়াভাগত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে আন তাৰকাৰ লগতে এই দুয়োগৰাকী অভিনেতাকো এটা বিহু নৃত্যৰ দলে আদৰণি জনাইছিল।

ঢোলৰ শব্দ আৰু নৃত্য দেখি স্বভাৱসুলভ মনৰ গৰাকী ৰণবীৰ আৰু কাৰ্তিকে বিহু দলটোৰ সৈতে একেলগে নৃত্য কৰি বিমান বন্দৰত উপস্থিত লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।

WATCH: Ranveer Singh (@RanveerOfficial) and Kartik Aaryan (@TheAaryanKartik) perform Bihu dance at Guwahati airport on their arrival for 65th #FilmfareAwards #FilmfareAwards2020 pic.twitter.com/uuViRNMZKy

— News Nation (@NewsNationTV) February 14, 2020

বৰ্তমান ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিহু নৃত্য ভাইৰেল হৈ পৰিছে আৰু দুয়োজনকে অসমৰ ৰাইজে ধন্যবাদেৰে ওপচাই পেলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে আজি গুৱাহাটীৰ সৰুসজাইত ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া ফিল্মফেয়াৰ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ৰণবীৰ, কাৰ্তিকৰ উপৰি কৰণ জোহৰ, বিকি কৌশ্যল, গোবিন্দা, অক্ষয় কুমাৰ, মোহময়ী অভিনেত্ৰী মাধুৰী দিক্ষীতৰ লগতে কেইবাগৰাকীও আগশাৰীৰ বলিউদৰ তাৰকা আহি উপস্থিত হৈছে।

Recent News

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd