• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী–উ: গুৱাহাটী সংযোগী নতুন দলঙৰ প্ৰথমটো খুঁটা ২৫ ফেব্ৰুৱাৰিত স্থাপন কৰা হ’ব

ভৱেশ মেধি by ভৱেশ মেধি
February 15, 2020 5:24 pm
proposed bridge photo

প্ৰস্তাৱিত দলংখনৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুনকৈ নিৰ্মাণৰ কাম  আৰম্ভ কৰা  গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ২০২৩ চন লক্ষ্য হিচাপে লোৱা হৈছে।

জানিব পৰামতে, দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ লাগিলে সময় লাগিব  মাত্ৰ সাত মিনিট।

দলংখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে  গঠন কৰা ব্ৰহ্মপুত্ৰ ব্ৰীজ কনষ্ট্ৰাকশ্যন ডিভিজনৰ কাৰ্য্যবাহী অভিযন্তা বি শৰ্মাই  জনায় যে দলংখন নিৰ্মাণৰ প্ৰথম খুঁটাটো অহা ২৫ ফেব্ৰুৱাৰিত  স্থাপন কৰা হ’ব।

ইতিপূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ফেব্ৰুৱাৰিত দলঙৰ আধাৰশিলা স্থাপন কৰিছিল।

মন কৰিব লগীয়া যে ব্ৰীজ কনষ্ট্ৰাকশ্যন ডিভিজনে গুৱাহাটীৰ একাংশ সচেতন ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ বাবে দলংখন নিৰ্মাণৰ বাবে  ভৰলুমুখৰ শংকৰদেৱ উদ্যানৰ গছ কটাৰ সিদ্ধান্ত বাতিল কৰিছে।

দলং নিৰ্মাণৰ  বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ মতে, দলংখন নিৰ্মাণৰ বাবে শংকৰদেৱ উদ্যানৰ ২০০ডাল পুৰণি আৰু মূল্যৱান গছ কটাৰ বাবে সিদ্ধান্ত কৰা লৈছিল।

ব্ৰীজ কনষ্ট্ৰাকশ্যন ডিভিজনৰ কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে কয় যে শেহতীয়াভাৱে ডি পি আৰ কিছু সলনি কৰি শংকৰদেৱ উদ্যানক বাদ দি দলং নিৰ্মাণৰ নক্সা  তৈয়াৰ কৰা হৈছে। এতিয়া আৰু উদ্যানৰ গছ এডালো কটা নাযায়।

ডি পি আৰ মতে,  গুৱাহাটী- উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া দলংখন ছয়লেনযুক্ত হ’ব।

এ টি ৰ’ড আৰু এম জি ৰ’ডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণ কৰা হ’ব আৰু ইয়াক গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী ৱাই আকৃতিৰ দৰে নিৰ্মাণ কৰা হ’ব। নদীৰ ওপৰত দলংখনৰ দৈৰ্ঘ্য ১.৬ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

দলংখনেৰে যাব লগীয়া বাহনবোৰ গুৱাহাটী দিশৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ওলাব পাৰিব। দলংখন নিৰ্মাণৰ বাবে ব্ৰিকছৰ নিউ ডেভেল’পমেন্ট বেংক চমুকৈ এন ডি বিয়ে ২২০০ কোটি টকাৰ অনুমোদন দিছে। দলংখন নিৰ্মাণৰ ক্ষেত্ৰত এন ডি বিয়ে ৮০ শতাংশ আৰু ৰাজ্য চৰকাৰে ২০ শতাংশ ধন ব্যয় কৰিব। দলংখনৰ আৰম্ভণিৰ কামৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ২৫০ কোটি টকা মোকলাই দিছে।

এছ পি ছিংগলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীক দলংখন নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd