• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যতিক্ৰম হ’ব অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠান; মূল মঞ্চত থাকিব ৫০গৰাকী “অবিশিষ্ট” অতিথি!

by
February 15, 2020 7:51 pm
Arvind Kejriwal
678
VIEWS
Share on FacebookShare on Twitter

কাইলৈ তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্য মন্ত্ৰী হিচাপে অৰবিন্দ কেজৰিৱালে শপত গ্ৰহণ কৰিব আৰু অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ সৈতে মূল মঞ্চত অতিথিৰূপে আসন ল’ব ৫০গৰাকী লোক, য’ত আছে শিক্ষাবিদৰ পৰা চাফাই কৰ্মচাৰী প্ৰতিনিধি, এম্বুলেন্সৰ ড্ৰাইভাৰ।

আজি আপৰ নেতা মনীষ ছিছোড়িয়াই অতিথিৰ তালিকাখন ঘোষণা কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই তালিকাত নাই কোনো ৰাজনৈতিক নেতাৰ নাম। অৱশ্যে অনুষ্ঠানটোলৈ কেজৰিৱালে প্ৰধান মন্ত্ৰী মোদীক নিমন্ত্ৰণ কৰিছে।

অতিথিৰ তালিকাত আছে-

১. শিক্ষাবিদ

২। বিদ্যালয়ৰ অধ্যক্ষ

৩। চৰকাৰী বিদ্যালয়ৰ পৰা অলিম্পিয়াড বিজয়ী ছাত্র

৪। চাফাই কৰ্মচাৰীৰ প্ৰতিনিধিত্ব

৫। মোহল্লা ক্লিনিকৰ চিকিৎসক

৬। এম্বুলেন্সৰ ড্ৰাইভাৰ

৭। চহিদ পৰিয়াল

৮। কৃষকৰ প্ৰতিনিধিত্ব

৯। বিদ্যালয়ৰ চকীদাৰ

১০। চৰকাৰী কাৰ্য্যালয়ৰ পিয়ন

ব্যতিক্ৰম এই শপতগ্ৰহণ অনুষ্ঠানটো ৰামলীলা ময়দানত ১০ বজাত অনুষ্ঠিত হ’ব। জানিব পৰামতে, মুখ্য মন্ত্ৰী কেজৰিৱালৰ লগতে পূৰ্বৰ আটাইকেইজন মন্ত্ৰীয়েও কাইলৈ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

যোৱা ৮ ফেব্ৰুৱাৰিত দিল্লীৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১১ ফেব্ৰুৱাৰিত ঘোষিত ফলাফলত কেজৰিৱালৰ আপে ৭০খন আসনৰ ৬২খনেই দখল কৰি শাসনত থকাটো নিশ্চিত কৰে।

কেন্দ্ৰত শাসনৰ বাঘজৰী লৈ থকা বিজেপিয়ে বাকী ৮খন আসনত জয় লাভ কৰে।

বিজয়ী আপে মুঠ ভোটৰ ৫৩.৫৭ শতাংশ লাভ কৰে। বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ হ’ল ৩৮.৫১ শতাংশ। এখনো আসন দখল কৰিবলৈ সক্ষম নোহোৱা কংগ্ৰেছে ভোট পায় মাত্ৰ ৪.২৬ শতাংশ।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd