• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শপতগ্ৰহণ অনুষ্ঠানত “অনুপস্থিত” মোদীৰ আশীৰ্বাদ বিচাৰিলে কেজৰিৱালে

নিৰ্বাচনৰ সময়ত বিৰূপ মন্তব্য কৰা প্ৰতিদ্বন্দ্বীসকলক ক্ষমা কৰি দিয়া বুলি মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 4:22 pm
Arbind Kejriwal

আজিৰ শপতগ্ৰহণ অনুষ্ঠানত অৰবিন্দ কেজৰিৱাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰামলীলা ময়দানত বৃহৎ ৰাজহুৱা অনুষ্ঠানত শপতগ্ৰহণ কৰাৰ পিছত দিল্লীৰ তৃতীয় বাৰৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰী মোদীৰ আশীৰ্বাদ কামনা কৰে।

নিমন্ত্ৰিত মোদী আজি অনুষ্ঠানটোত উপস্থিত নাছিল।

দিল্লীৰ উন্নতিৰ বাবে কেন্দ্ৰৰ সৈতে সমিলমিলেৰে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি কেজৰিৱালে কয়, “মই প্ৰধান মন্ত্ৰী মোদীজীলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰিছিলো। কিন্তু তেওঁ নাহিল, হয়তো আন ক’ৰবাত ব্যস্ত থাকিব পাৰে। মই দিল্লীৰ সুশাসন আৰু উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ বিচাৰিছো”, কেজৰিৱালে কয়।

আনহাতে কেজৰিৱালে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক নিৰ্বাচনৰ সময়ত কৰা বিৰূপ মন্তব্যৰ বাবে ক্ষমা কৰি দিয়া বুলিও কয়।

নিজৰ জয়ক প্ৰতিজন দিল্লীবাসীৰ জয় আখ্যা দি তিনিবাৰৰ মুখ্য মন্ত্ৰীজনে কয়, “নিৰ্বাচন শেষ হ’ল। কোনে আপোনাক ভোট দিলে সেইটো ডাঙৰ কথা নহয়। এতিয়া সকলো দিল্লীবাসী মোৰ পৰিয়াল। মই প্ৰতিজনৰ বাবে কাম কৰিম, তেওঁ যি দল, যি ধৰ্ম, যি জাতি বা সমাজৰ যি স্তৰৰে নহওক”।

উল্লেখ কৰিব পাৰি যে পূৰ্বৰ মুখ্য মন্ত্ৰীসকলৰ দৰে কেজৰিৱালে ৰাজ নিৱাসত শপতগ্ৰহণ অনুষ্ঠান নাপাতি ৰামলীলা ময়দানক বাছি লয়।

তেওঁ শপতগ্ৰহণ অনুষ্ঠানটোলৈ ৫০জন ৰাজনৈতিকভাৱে “অবিশিষ্ট” লোকক নিমন্ত্ৰণ কৰে, যাৰ মাজত আছে শিক্ষক, চিকিৎসক, পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত, অট’ ড্ৰাইভাৰ, কেয়াৰটেকাৰ আৰু অনাময় কৰ্মচাৰী আদি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd