• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিল্ম ফেয়াৰৰ “ভুৱা” টিকট সাংসদ বিশ্বজিৎ দৈমাৰীৰ হাতত! বহিবলৈ নিদিলে আয়োজক টাইমছ অব ইণ্ডিয়াই

অসমৰ সাংসদক অপমান ফিল্ম ফেয়াৰ এৱাৰ্ডৰ আয়োজকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2020 7:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ সহযোগত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ গৈ একপ্ৰকাৰৰ অপমানৰ সন্মুখীন হৈ উভতি আহিব লগীয়া হয় সাংসদ বিশ্বজিৎ দৈমাৰী।

আয়োজক টাইমছ অব ইণ্ডিয়াৰ কৰ্মকৰ্তাই সাংসদজনে প্ৰৱেশ কৰি বহিব খোজোতেই তেওঁৰ হাতত থকা নিমন্ত্ৰণী টিকটটো বৈধ নহয় বুলি কয়। এই সম্পৰ্কত যথেষ্ট সময় বাকবিতণ্ডাৰ পিছত বিফল মনোৰথ হৈ উভতি আহে সাংসদজন।

Apply Now

আজি সংবাদ মাধ্যমৰ আগত বি পি এফৰ সাংসদজনে নিজৰ দুৰৱস্থাৰ কথা বিৱৰি কয় আৰু আয়োজক টাইমছ অব ইণ্ডিয়াক “বেপাৰী” আখ্যা দিয়ে।

“যেতিয়া মই তাত গৈছিলো মোৰ টিকটটো টাইমছ অব ইণ্ডিয়াৰ মানুহে নহয় বুলি ক’লে। তেওঁলোকে সেই টিকটটো ইছ্যু কৰা নাই বুলি কয়। তেতিয়া তেওঁলোকক মই কৈছিলো- মোক সেইটো টিকটেই দি নিমন্ত্ৰণ জনাইছে। আপোনালোকৰ মাজত আলোচনা নকৰি মোক কিয় কৈছে? তেতিয়া তেওঁলোকে কয় যে আমিয়েই এই অনুষ্ঠানৰ আয়োজন কৰিছো আৰু আমি তেনেকুৱা কোনো চিঠি ইছ্যু কৰা নাই। ইয়াৰ অৰ্থ এইটোৱে যে মোৰ কাৰণে তেওঁলোকে চিঠি ইছ্যু কৰা নাছিল। দুই তিনিবাৰকৈ মোক সেইবিলাক কথা কৈ থাকিল” দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়।

চৰকাৰে বহুত পইচা দিহে তেওঁলোকক আনিছে বুলিও মন্তব্য কৰে।

“তেওঁলোক ব্যৱসায়ী মানুহ। অসমলৈ মৰমত অহা নাই। তেওঁলোকক অসম চৰকাৰে বহুত পইচা দিয়া বাবে বেপাৰৰ কাৰণে আহিছে। গতিকে তেওঁলোকৰ মোৰ টিকটৰ ওপৰত ধান্দা আছে। সাংসদ এজনক বহোৱা-নবহোৱাৰ লগত কথা নাই। তেওঁলোকৰ পইচাৰ লগত কথা। বেপাৰীৰ লগত এইখিনি হ’বই। কালিৰ অনুষ্ঠান বেপাৰীৰ অনুষ্ঠান আছিল। গতিকে যি হ’ব লাগে হৈ গ’ল”, দৈমাৰীয়ে ক্ষোভেৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd