• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইনাৰ লাইন পাৰ্মিট, খিলঞ্জীয়াৰ সংজ্ঞাৰ ভিত্তিবৰ্ষ ১৯৫১ কৰাৰ পৰামৰ্শ অসম চুক্তিৰ ৬ নং দফা সমিতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2020 8:50 am
High-level-committee-members-of-the-Implementation-of-Clause-6-of-Assam-Accord-in-Silchar-meeting-various-organizations-and-individuals-on-Friday-750x375

অসম চুক্তিৰ ৬নং দফা সমিতিৰ বৈঠকৰ এখন ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ৬ নং দফা সমিতিয়ে অসমৰ ইনাৰ লাইন পাৰ্মিট (আই এল পি)প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্যখনত ‘খিলঞ্জীয়া’ লোকৰ সংজ্ঞা নিৰ্দ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ ১৯৫১চন কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত ১৪ জনীয়া সমিতিখনে ইটাৰ প্ৰতিবেদন সম্পূৰ্ণ কৰিছে আৰু প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে দাখিল কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ বিচাৰি অপেক্ষা কৰিছে।

Apply Now

সূত্ৰসমূহে কয় যে সমিতিয়ে সৰ্বসন্মতভাৱে পৰামৰ্শ আগবঢ়াইছে যে ১৯৫১ চনত যিসকল অসমত বসবাস কৰি আছিল আৰু তেওঁলোকৰ বংশ পৰিয়াল যিকোনো সম্প্ৰদায়, বৰ্ণ, ভাষা, ধৰ্ম বা ঐতিহ্যৰ হ’লে ৰাজ্যখনত তেওঁলোকক ‘খিলঞ্জীয়া’ হিচাপে বিবেচনা কৰা হ’ব।

বৰ্তমানলৈকে অসমত খিলঞ্জীয়া লোকৰ পৰিচয়ৰ বাবে ভিত্তিবৰ্ষ সন্দৰ্ভত মতৰ ভিন্নতা দেখা গৈছিল।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়া অসমত ১৯৭১ ভিত্তিবৰ্ষ হিচাপে সম্পন্ন কৰা হৈছে।

উন্নীতকৰণ কৰা এন আৰ চিখন অৱশ্যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে আপাতত: গ্ৰহণ কৰা নাই।

সূত্ৰসমূহৰ মতে, সমিতিৰ সদস্যসকলে  লগতে পৰামৰ্শ দিয়ে যে ইনাৰ লাইন পাৰ্মিট অসমত প্ৰৱৰ্তন কৰিব লাগে যাতে বাহিৰৰ পৰা হোৱা অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যন, ১৮৭৩ৰ অধীনত জাৰি কৰা ইনাৰ লাইন পাৰ্মিট অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত প্ৰৱৰ্তন হৈ আছে।

ইনাৰ লাইন পাৰ্মিট থকা অঞ্চলত কোনো লোকে ভ্ৰমণ কৰিবলৈ কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমতি ল’ব লাগে।

প্ৰতিবেদখন সম্পৰ্কে অৱগত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াই কয় যে সমিতিয়ে অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিত খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণৰ বাবে দুটা ভিন্ন পৰামৰ্শ দিয়ে।

জানিব পৰা মতে ইয়াত খিলঞ্জীয়া লোকৰ বাবে ৬৭ শতাংশ সংৰক্ষণৰ পৰামৰ্শ দিয়া হৈছে।

তদুপৰি, সমিতিয়ে ইয়াৰ প্ৰতিবেদনত খিলঞ্জীয়া লোকৰ বাবে ৬৭ শতাংশ আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে ১৬ শতাংশ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়োৱা বুলি সূত্ৰসমূহে জানিবলৈ দিছে।

চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমিতিয়ে ৮০ শতাংশ স্থানীয় লোকৰ বাবে সংৰক্ষণৰ পৰামৰ্শ দিছে।

অসমীয়া তথা আন খিলঞ্জীয়া ভাষাৰ সুৰক্ষা তথা বিকাশৰ বাবেও আন কিছুমান পৰামৰ্শ আগবঢ়োৱা হৈছে।

সূত্ৰসমূহে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই অহা ২০ বা ২১ ফেব্ৰুৱাৰিত নতুন দিল্লীত সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd