• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰইলাৰ খালে আক্ৰান্ত হ’ব ক’ৰ’না ভাইৰাছত! এই খবৰে দেউলীয়া কৰিব ওলাইছে বহু লোকক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2020 11:52 am
06394912-1581997752746gettyimages-1062726300

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰইলাৰ মূৰ্গী খালে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হ’ব বুলি ওলোৱা অপপ্ৰচাৰে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে ভাৰতৰ হাঁহ-কুকুৰাৰ উদ্যোগটোক।

সৰ্বসাধাৰণ লোকৰ মাজত এই খবৰ বিয়পি পৰাত চিকেনৰ চাহিদা কমি অহাৰ লগতে উদ্যোগটোৱে যোৱা তিনি সপ্তাহত ১৩ বিলিয়ন টকা (১৮২ মিলিয়ন)ৰ লোকচানৰ সন্মুখীন হৈছে।

Apply Now

কোনো দুষ্ট চক্ৰই চলোৱা এই অপপ্ৰচাৰৰ বাবে অভাৱনীয়ভাৱে দাম হ্ৰাস পোৱাত এতিয়া সৰু-সৰু ব্যৱসায়ীসকলৰ মাজত এক হাহকাৰ পৰিৱেশে বিৰাজ কৰিছে।

ইয়াৰ উপৰি ছয়াবিন আৰু কৰ্ন উৎপাদনকাৰী সকলেও ভয়ংকৰ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে কিয়নো এই দুয়োবিধ সামগ্ৰী হাঁহ-কুকুৰাৰ খাদ্য হিচাপে ব্যৱহৃত হয়। যোৱা তিনি সপ্তাহত ছয়াবিন আৰু কৰ্ন সামগ্ৰীৰ দাম ৮ শতাংশলৈ হ্ৰাস পাইছে।

এনেধৰণৰ উৰা বাতৰি বিয়পোৱা লোকসকলৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে মহাৰাষ্ট্ৰ চৰকাৰে।

ব্ৰইলাৰ মাংসৰ চাহিদা কমি অহাৰ লগে লগে ইয়াৰ দাম অভাৱনীয়ভাৱে হ্ৰাস পোৱাত এতিয়া প্ৰতিদিনে এই উদ্যোগটোৱে ১২০ মিলিয়ন টকাৰ লোকচানৰ সন্মুখীন হৈছে।

উল্লেখ্য যে চীনত ৭০ হাজাৰৰো অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই পৰ্যন্ত দেশখনত ১,৭৭০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ বিপৰীতে ভাৰতত এইপৰ্যন্ত মাত্ৰ তিনিটাহে এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে।

চীনত মহামাৰি ৰূপ ধাৰণ কৰাৰ পিছতেই ভাৰতত কোনো দুষ্ট চক্ৰই ব্ৰইলাৰ মাংসৰ পৰা ক’ৰ’না ভাইৰাছ বিয়পে বুলি হোৱাটছ এপৰ জৰিয়তে প্ৰচাৰ কৰাৰ পিছতেই সৰ্বাসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বেছিভাগেই ইয়াৰ মাংস খোৱা বন্ধ কৰি দিয়ে।

লক্ষ্যণীয় কথাটো হ’ল বিশেষজ্ঞসকলে এই অপপ্ৰচাৰক সম্পূৰ্ণৰূপে নাকচ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm
চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd