• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাহেকীয়াৰ সময়ত খাদ্য বনোৱা মহিলাই কুকুৰৰ ৰূপত পুনৰ জনম লাভ কৰিব : স্বামী কৃষ্ণস্বৰূপ দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2020 5:44 pm
Gujrat Swami

গুজৰাটৰ স্বামী গৰাকী

2.3k
VIEWS
Share on FacebookShare on Twitter

‘যদি মাহেকীয়াৰ সময়ত মহিলা সকলে খাদ্য বনাই তেন্তে নিশ্চিতভাৱে তেওঁ পৰজনমত কুকুৰৰ ৰূপত জন্ম ল’ব,’ গুজৰাটৰ স্বামী কৃষ্ণস্বৰূপ দাসৰ মন্তব্য।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গুজৰাটৰ স্বামী নাৰায়ন ভূজ মন্দিৰৰ স্বামী কৃষ্ণস্বৰূপ দাসে এনেদৰে কৰা বিতৰ্কিত মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই মন্দিৰ ষ্ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ হোষ্টেলত বিগত সময়ত ছোৱালীৰ অন্তৰ্বাস খুলিবলৈ বাধ্য কৰা ঘটনাই সৰ্বত্ৰে সমালোচনাৰ সূত্ৰপাত ঘটাইছিল।

মাহেকীয়াৰ প্ৰমাণ চোৱাৰ বাবেই ছোৱালীৰ অন্তৰ্বাস খোলাৰ নিৰ্দেশ দিয়া হৈছিল।

স্বামীনাৰায়ন ভূজ মন্দিৰৰ য়ুটিউব চেনেলত স্বামী কৃষ্ণস্বৰূপ দাসৰ বহু ভিডিঅ’ আপলোড কৰা হৈছে।

ইয়াৰ এটা ভিডিঅ’ত স্বামীয়ে কৃষ্ণস্বৰূপে মাহেকীয়া হোৱা মহিলাই বনোৱা খাদ্য খালে পুৰুষ গৰাকীয়ে পৰজনমত বলধৰ জনম লাভ কৰিব বুলিও কয়।

ভুলতে এবাৰলৈও যদি মহেকীয়া হোৱা মহিলাই খাদ্য বনাই আৰু এই খাদ্য যিয়ে গ্ৰহণ কৰে সকলোৱে পশুৰ জনম লাভ কৰাটো নিশ্চিত।

ভিডিঅ’টোত স্বামী গৰাকীয়ে তেওঁৰ ভক্ত সকলক এনে কাম নকৰিবলৈ উপদেশ দি যদি নিজে খাদ্য প্ৰস্তুত কৰিব নাজানে বিয়াৰ পূৰ্বে খাদ্য বনোৱা শিকিবলৈ আহ্বান জনায়।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd