• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ৬ ঘণ্টাতে হত্যা কৰা হৈছিল প্ৰায় ২০০০ ধৰ্মীয় সংখ্যালঘুক

আজি নেলী গণহত্যাৰ ৩৬ বছৰ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
February 19, 2020 2:02 pm
Nellie-Massacre-696x392

'৮৩ৰ নেলী হত্যাকাণ্ডৰ ছবি, উৎস- ইন্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩৬ বছৰ পূৰ্বে অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ঘটনাটো সংঘটিত হৈছিল আজিৰ দিনটোতে।

উগ্ৰ অসমীয়া জাতীয়তাবাদৰ দাবানলত জ্বলি ছাই হৈ গৈছিল প্ৰায় ২০০০ ধৰ্মীয় সংখ্যা মানুহৰ শৰীৰ!

Apply Now

কোৱা হয় অসমীয়া উগ্ৰ জাতীয়তাবাদীয়ে মাত্ৰ ৬ ঘণ্টা সময়ৰ ভিতৰতে হত্যা কৰিছিল ১৮০০ ৰো অধিক ধৰ্মীয় সংখ্যালঘু মানুহক। সম্ভৱতঃ মধ্য পাচ্যৰ জিঘাংসাকো চেৰ পেলাইছিল সেই বৰ্বৰ হত্যালীলাই।আজিও বিচাৰ নহ’ল এই হত্যালীলাৰ।তদন্ত আয়োগ গঠন হ’ল, আয়োগে তদন্ত কৰিলে, পিছে আজিও নহ’ল বিচাৰ। শাস্তি নহ’ল কোনো হত্যাকাৰীৰ।

কেনেকৈ চলিছিল এই বৰ্বৰ হত্যাযজ্ঞ?

বহিৰাগতক খেদা আন্দোলনে বিদেশী খেদা আন্দোলনলৈ ৰূপান্তৰ হৈ অসমত ১৯৭৯ চনৰ পৰা আছুৰ নেতৃত্বত সুদীৰ্ঘ ছবছৰ দিন ধৰি অসম আন্দোলন চলিছিল।

বৰ্বৰতাৰে হত্যা কৰা হৈছিল নেলীৰ ধৰ্মীয় সংখ্যালঘু মানুহক।তাকো বাছি বাছি।শিশু নাৰী আবাল বৃদ্ধ-বনিতা কোনোৱে বাদ পৰা নাছিল এই হত্যালীলাৰ পৰা। আন্দোলনৰ ভৰপক সময়ত অসমীয়া উগ্ৰ জাতীয়তাবাদৰ দ্বাৰা যেন নাৰ্যতা দিয়া হৈছিল এই হত্যা যজ্ঞক!

আন্দোলনকাৰীয়ে ৩৬ বছৰ পূৰ্বে আজিৰ দিনটোতে তেতিয়াৰ নগাঁও জিলা আৰু বৰ্তমানৰ মৰিগাঁও জিলাৰ নেলীৰ ধৰ্মীয় সংখ্যালঘু এলেকাত চলাইছিল এই হত্যালীলা। যি হত্যা লীলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক পৰিচিত কৰিছিল এখন অতি নাৰকীয় ঠাই হিচাপে।

পুৱা বৰবাৰী নামৰ গাঁৱৰ পৰা আৰম্ভ হোৱা এই বৰ্বৰ আক্ৰমণে নেলীকে ধৰি ১৩ খনকৈ গাঁৱত চলাই গৈছিল সংখ্যালঘু মানুহৰ নিধন ।

বৰ্বৰ নিধন যজ্ঞত কেবল হত্যালীলাই চলা নাছিল।গাঁৱৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল, আক্ৰান্ত পশু ধনো।

আন্দোলনকাৰীয়ে বিদেশীৰ সন্দেহত অতৰ্কিতে আক্ৰমণ কৰি এফালৰ পৰা বৰ্বৰভাৱে হত্যা কৰি গৈছিল ধৰ্মীয় সংখ্যালঘু মানুহক।

কোৱা হয় বিদেশীৰ হাত এই আছিল এই হত্যাযজ্ঞত। কিন্তু কোনো প্ৰমাণ নাই।হাতত দেশীয় অস্ত্ৰ লৈ চলাইইছল এই হত্যালীলা।

১৫ ফেব্ৰুৱাৰীতে নগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ইয়াৰ ইঙ্গিত দি শীৰ্ষ কতৃপক্ষলৈ খবৰ পঠিয়াছিল।কাৰ্যত অচল হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ গৃহ বিভাগে একো ব্যৱস্থা লোৱা নাছিল।

হত্যালীলা সংঘটিত হোৱাৰ পিছত চলিল ৰাজনীতি।আছু, কংগ্ৰেছ, পিছলৈ অগপ।হত্যাকাৰীয়ে শাস্তি পোৱা দূৰৰে কথা। চৰকাৰ আৰু আইনৰ দৃষ্টিত কোনো হত্যাকাৰীৰেই চিহ্নত নহ’ল। অথচ জনৰৱ উঠিল এই হত্যালীলাৰ লগত সম্পৰ্ক থকা মানুহেও ৰাজপাট খাইছে!

এয়া আছিল অসমীয়া উগ্ৰ জাতীয়তাবাদৰ উৎকৃষ্ট জেন’ফেবিক আচৰণ!

আজি ৩৬ বছৰে অসমীয়া জাতীয়তবাদে পাহৰি গ’লেও অসমৰ ইতিহাসৰ পৰা মচ নেখায় এই বৰ্বৰ হত্যালীলাৰ বিভীষিকা। অসমৰ ইতিহাসে সোঁৱৰাই থাকিব এই হত্যালীলাৰ কথা।অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ এই ক’লা দিনটো আনকি পৃথিৱীৰ ইতিহাসৰ পৰাও মচ নেখায়।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd