• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দেশপ্ৰেমী চোৰ’! অৱসৰপ্ৰাপ্ত কৰ্ণেলৰ ঘৰত চুৰি কৰিবলৈ সোমাই ক্ষমা বিচাৰিলে চোৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2020 4:09 pm
robos-en-domicilios

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিবলৈ আচৰিত যেন লাগিলেও বাস্তৱত তেনে এক ঘটনাই ঘটিল। খালী ঘৰত চোৰ কৰিবলৈ সোমাই চোৰে চোৰ কৰাৰ সলনি দেৱালত মাৰ্কাৰ পেনেৰে লিখি বিচাৰিলে ক্ষমা প্ৰাৰ্থনা।

বুধবাৰে এই ঘটনা ঘটিছে কেৰালাৰ কোচিৰ ত্ৰিপুনিথুৰা অঞ্চলত।

Apply Now

সূত্ৰ অনুসৰি জানিব পৰা মতে, ত্ৰিপুনিথুৰা অঞ্চলৰ এটি বাসগৃহত পত্নী আৰু সন্তানৰ সৈতে বাস কৰে এগৰাকী ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল। নাম তেওঁৰ ইছাক মানি।

প্ৰায় দুমাহ পূৰ্বে পৰিয়ালটো বাহিৰলৈ ফুৰিব গৈছিল। খালী ঘৰটোত দিনৰ ভাগত দুজন কাম কৰা শ্ৰমিক আৰু এগৰাকী পৰিচাৰিকাই ঘৰৰ কামবন কৰে।

ঘৰটোত নিশা কোনো নাথাকে। বুধবাৰে পুৱা পৰিচাৰিকাগৰাকীয়ে কাম কৰিবলৈ আহি দেখা পায় যে ঘৰৰ সন্মুখৰ দুৱাৰখন ভগা অৱস্থাত আছে আৰু ঘৰৰ আচবাব-পত্ৰ ইপিনে-সিপিনে সিঁচৰতি হৈ পৰি আছে।

ঘটনাটো দেখি শংকিত হৈ তাই লগে লগে আৰক্ষীক ফোন কৰে। আৰক্ষীয়ে খৱৰ পোৱাৰ পাছতে তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈ আচৰিত হৈ পৰে।

তেওঁলোকে এখন দেৱালত মাৰ্কাৰ পেনেৰে ডাঙৰ ডাঙৰকৈ লিখা বাইবেলৰ সাত নম্বৰ নিৰ্দেশ ‘চুৰি নকৰিব’ (Thou shalt not steal) প্ৰত্যক্ষ কৰে।

সেয়াই নহয়, তাৰ তলতে সৰু আখৰেৰে লিখা ৰৈছে, ‘’ঘৰত সোমোৱাৰ পূৰ্বে মই এই ঘৰৰ মালিকৰ পৰিচয় মুঠেও জনা নাছিলো। সেয়েহে ভুল কৰি ইয়াত সোমাইছিলো। কিন্তু ঘৰত প্ৰৱেশ কৰাৰ পাছত ভাৰতীয় সেনাৰ টুপী পৰিধান কৰা ঘৰৰ মালিকৰ পৰিচয় জানিব পাৰো। ইয়াত চুৰি কৰিবলৈ সোমাই বাইবেলত উল্লেখিত ১০টা নিৰ্দেশৰ সাত নম্বৰ নিৰ্দেশটো ভংগ কৰিছো। তাৰ বাবে মই ক্ষমা বিচাৰিছো।‘’

আৰক্ষী সূত্ৰই জানিব দিয়া মতে, ‘দেশপ্ৰেমী’ চোৰটোৱে অৱসৰপ্ৰাপ্ত কৰ্ণেলৰ ঘৰৰ একো বস্ত চোৰ কৰি নিয়া নাই। ইয়াৰ সলনি ক্ষমা বিচাৰি দেৱালত মাৰ্কাৰ পেনেৰে লিখি থৈ গৈছে।

অৱশ্যে, ঘৰত মজুত থকা বটলৰ পৰা অলপমান মদ পান কৰি এটা নথিপত্ৰ থকা বেগ কাষৰ দোকানীক উভতাই দিয়াৰ বাবে মালিকক অনুৰোধ কৰি থৈ যায়।

তদন্ত অনুসৰি, কৰ্ণেলৰ ঘৰত চোৰ কৰিবলৈ সোমোৱাৰ পূৰ্বে চোৰটোৱে কাষৰেই এখন দোকানত টকা আৰু আৱশ্যকীয় নথি সম্বলিত বেগ চুৰি কৰিছিল।

আৰক্ষীয়ে এই ব্যতিক্ৰমী চোৰটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd