• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ওলা, উবেৰ, কেবৰ লাগিব নতুন পাৰ্মিট, চালক-মালিকৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2020 9:21 pm
ola uber goes offline
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীত ভাড়া মৰা ওলা, উবেৰ আৰু অন্যন্য কেবৰ বাবে লাগিব নতুন পাৰ্মিট।

অল আছাম ওলা-উবেৰ কেব অপাৰেটৰ সন্থাই এই কথাত ক্ষোভ প্ৰকাশ কৰিছে।

Apply Now

মহানগৰবাসীৰ যাতায়তৰ সুবিধাৰ্থে থকা ওলা-উবেৰৰ চালক তথা মালিকৰ মাজত আহি পৰিছে এক নতুন বিপদ। ভাড়া মৰা ওলা-উবেৰৰ পূৰ্বৰ পাৰ্মিটৰ লগতে লাগিব নতুন এক অনুমতি পত্ৰ।

শনিবাৰে এই নতুন নিৰ্দেশনাৰ বিষয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক অৱগত কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া বাপন কলিতাই।

তেওঁ কয় “ওলা-উবেৰ গুৱাহাটীত বন্ধ নহয়, চলি থাকিব। কিন্তু তাত এটা প্ৰযুক্তিগত কথা আছে। বহু ওলা-উবেৰৰ পাৰ্মিট তিনিখন ৰাজ্যৰ বাবে থাকে। যান বাহন আইন অনুসৰি এইখন পাৰ্মিটৰে এখন জিলাত চলাচল কৰিব নোৱাৰে তথা যান বাহন আইনৰ পৰিপন্থী।”

তদুপৰি পূৰ্তে ৰাজ্যৰ পৰিবহণ বিভাগে এটা সিদ্ধান্ত লৈ থৈছিল বুলি জানিবলৈ দি কলিতাই কয় “যদিও ওলা-উবেৰ কেবৰ তিনিখন ৰাজ্যৰ পাৰ্মিট আছে, তথাপি তেওঁলোকে মহানগৰ জিলাৰ বাবেও পাৰ্মিট ল’ব লাগিব। গতিকে মালিক সন্থাক মাতি আনি তেওঁলোকৰ পাৰ্মিটসমূহ ঠিক কৰি ল’বলৈ নিৰ্দেশ দিয়া হৈছে।”

ইপিনে, জিলা পৰিবহণ বিষয়াৰ এই সিদ্ধান্তৰ পাছতে ইয়াক ধিক্কাৰ দিছে সদৌ অসম ওলা উবেৰ কেব অপাৰেটৰ সন্থাই। নতুন পাৰ্মিটৰ সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত আখ্যা সন্থাৰ সভাপতি ইছমাইল আলিৰ।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় ‘আমাৰ যিখিনি বাণিজ্যিক বাহন আছে, সেইখিনি তিনিখন ৰাজ্য আৰু লগতে অসমৰ পাৰ্মিট লৈ চলাই আছো। চৰকাৰে কোনোধৰণৰ সংস্থাপন দিব নোৱাৰাৰ বাবে শিক্ষিত নিবনুৱা হিচাপে গাড়ীখন চলাই পেটৰ ভাত মুকলি কৰিছো। তেনেক্ষেত্ৰত নতুন কিছুমান মাধমাৰ মাৰি আমাক হাৰাশাস্তি কৰিছে।”

তেওঁৰ প্ৰশ্ন “কি যুক্তিত তিনিখন ৰাজ্য বা অসমৰ পাৰ্মিট থকাৰ পাছতো গুৱাহাটী মহানগৰীৰ ভিতৰত ঘূৰিব নোৱাৰো? গুৱাহাটীৰ পাৰ্মিট লোৱা সুবিধা বন্ধ থকাৰ বাবে আমি পূৰ্বতে তিনিখন ৰাজ্যৰ পাৰ্মিট লৈছিলো, কিন্তু সেই চিষ্টেমটো তেতিয়াই কিয় বন্ধ কৰা নাছিল?”

উল্লেখযোগ্য যে, পৰিবহণ বিভাগৰ এই সিদ্ধান্তৰ পাছতে আজি সন্থাৰ সদস্যসকলে বৰঝাৰ বিমান বন্দৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd