• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজনীতিৰ পথাৰত তেওঁ কিমান যোগ্য : প্ৰমিলাৰাণী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 24, 2020 7:43 am
pramilarani brahma
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজনীতিৰ পথাৰখন বহুত বিশাল। এই বিশাল পথাৰখনত সকলোৱে অংশ গ্ৰহণ কৰিব পাৰে। এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজনীতিৰ পথাৰত তেওঁঁ কিমান যোগ্য’। এই ভাষ্য অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিপিএফ দলৰ বাক্সা জিলাৰ পৰ্যবেক্ষক প্ৰমীলাৰাণী ব্ৰহ্মৰ।

দেওবাৰে সন্ধিয়া তামুলপুৰত সাংবাদিকৰে হোৱা এক আছুতীয়া বাৰ্তালাপত প্ৰমীলাৰাণী ব্ৰহ্মই এই মন্তব্য কৰে।

Apply Now

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলক কোনোৱে প্ৰত্যাহ্বান জনাব নোৱাৰে বুলি মন্তব্য কৰি বিপিএফ নেত্ৰী গৰাকীয়ে কয় যে প্ৰমোদ বড়োৱে যিটো সমষ্টিৰ পৰাই পৰিষদীয় নিৰ্বাচন নেখেলক কিয় তাৰ বাবে বিপিএফ দল শংকিত নহয়।

পৰিষদীয় নিৰ্বাচনৰ পিছত সকলো পৰিষ্কাৰ হৈ পৰিব। বিজেপিয়ে বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰতিটো সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে মিত্ৰতাৰ মৰ্যাদাক যদি কোনোবাই সন্মান দিব নাজানে তাত বিপিএফ দলৰ ক’বলগীয়া একো নাই। কিন্তু বিপিএফ দল হাৰিলেও জিকিলেও অদূৰ ভৱিষ্যতলৈ বিজেপিৰ লগত মিত্ৰতা অটুত থাকিব ৷

আনহাতে বি পি এফ দলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা সম্পৰ্কত তেওঁঁ কয় যে সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত দলৰ হৈ বহু নতুন নতুন নেতাই নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। সেয়েহে কেইবাটাও সমষ্টিৰ নেতা-কৰ্মীৰ লগতে তৃণমুল পৰ্যায়ৰ কৰ্মীৰ লগত আলোচনাৰ অন্তত পৰ্যবেক্ষক সকলে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব।

ইপিনে প্ৰাৰ্থিত্বক লৈ দলৰ মাজত কোনো ধৰণৰ সংঘাত নাই বুলিও তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ পুনৰ কয় যে সমাগত পৰিষদীয় নিৰ্বাচনত বিভিন্ন জাতি-জনগোষ্ঠী, দল- সংগঠনে বি পি এফ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ ঠিৰাং কৰিছে।

বি পি এফ দলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সমাগত পৰিষদীয় নিৰ্বাচনত কমেও ২৫ খন আসন লাভ কৰি বিটিচি পুনৰবাৰ দখল কৰিব বুলি মন্ত্ৰী গৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে।

তেওঁ লগতে কয় যে বড়ো চুক্তিৰ পিছৰে পৰা বিটিচি অঞ্চলত শান্তি প্ৰতিস্থা হৈছিল। কিন্তু বি পি এফ বিৰোধী এক অসাধু শক্তিয়ে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে সম্প্ৰতি বিটিচি অঞ্চলত পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। তেনে ধৰণৰ অপশক্তিক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈও মন্ত্ৰী গৰাকীয়ে  আহ্বান জনায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd