• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰ উন্নয়ন বিভাগত সংঘটিত হৈছে ৪৫.৩৬ কোটি টকাৰ দুৰ্নীতি; সংখ্যালঘু ছাত্ৰ সন্থা

আৰ টি আইয়ে তথ্য নিদিয়াৰো অভিযোগ উত্থাপন ছাত্ৰ সংগঠনটোৰ

দ্বীপজ্যোতি শৰ্মা by দ্বীপজ্যোতি শৰ্মা
February 24, 2020 3:46 pm
চররর

সংবাদ মেলৰ দৃশ্য

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ চৰ উন্নয়ন সঞ্চালকালয়ত সংঘটিত হৈছে ৪৫ কৌটি ৩৬ লাখ টকাৰ দুৰ্নীতি। এই অভিযোগ উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ৷

দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

Apply Now

সংবাদ মেলত সন্থাই আৰু কয় যে ২০১৭- ১৮ আৰু ২০১৮-১৯ দুটা বিত্ত বৰ্ষত ক্ৰমে ২১ কোটি ৬০ লাখ আৰু ২৩ কোটি ৭৬ লাখ টকা মন্ত্ৰী ৰঞ্জিত দত্তৰ চৰ উন্নয়ন সঞ্চালকালয়ে আৱন্টন দিছিল৷

সেই অনুসৰি ২০১৭-১৮ আৱন্টিত পূজিৰে চৰৰ ৰাইজৰ উন্নয়নৰ বাবে ১৪৭৯ টা তাৰা হেণ্ড পাম্প আৱন্টন দিছিল তাৰে ৭৬৩টা বিতৰণ কৰা হয়। দ্বিতীয়তে ৩৬৮৬টা আৱন্টন দি ১৫৩০টা বিতৰণ আৰু ৫৬১ খন ই ৰিস্কা আৱন্টন দি ৯০ খন বিতৰণ কৰা বুলি আৰটিআই তথ্যত উল্লেখ কৰিছে৷

সন্থাই লগতে প্ৰকাশ কৰে  ২০১৮-১৯ বিত্ত বৰ্ষত বিভাগটোৱে চৰ ৰাইজৰ উন্নয়নৰ বাবে আৱন্টন দিয়া নিৰ্ধাৰিত পুঁজিৰে ১২ হাজাৰখন চাইকেল, ৩২৫০টা চিলাই মেচিন, ৪৭৩৪টা সৌৰ চাকি, ১৪৭০ টা হেণ্ডপাম্প আৰু ১৬৮৩৫ টা ছাতি বিতৰণ কৰা তথ্য আৰটিআই জৰিয়তে তথ্য লাভ কৰা কথা জানিবলৈ দিয়ে৷

সংগঠনটোৱে সংবাদিকক জনায় যে বিভাগে যোগান ধৰা আৰটিআই তথ্যৰ ভিত্তিত বিতৰণ কৰা সমগ্ৰীসমূহৰ বিপৰীতে হিতাধিকাৰীৰ নাম ঠিকনা জনাবলৈ বিভাগক পুনৰ আৱেদন কৰাত বিভাগে সেই তথ্য সংগঠনটোক যোগান ধৰিব নোৱাৰিলে ৷

ইতিমধ্যে দুবাৰ কৈ আবেদন কৰিও হিতাধিকাৰীৰ তালিকা লাভ নকৰাত সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰিছে।

শূন্য সহনশীলতাৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনত মন্ত্ৰী ৰঞ্জিত দত্তৰ চৰ উন্নয়ন সঞ্চালকালয়ত ৪৫ কোটি ৩৬ লাখ টকাৰ আত্মসাতৰ অভিযোগ তুলিছে নেমচুৰ সভাপতি ইচলামে ৷

ইফালে সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ বুলি দাবী জনায় সংগঠনটোৱে।

আজি দুৰ্নীতি নিবাৰক শাখাত বিভাগৰ বিৰুদ্ধে এক গোচৰ তৰিব বুলিও সংবাদমেলত উল্লেখ কৰে ৷

সংবাদ মেলত সংগঠনটোৰ সাধৰন সম্পাদক ৰেকিবুদ্দিন আহমেদ,সহ সাংগঠিক আমিৰ ইচলাম উপস্থিত থাকে ৷

দ্বীপজ্যোতি শৰ্মা

দ্বীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd