• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৰঙৰ উপায়ুক্তৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 10:11 am
BJP-MP-Ramen-Deka

প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ বিৰুদ্ধে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত অভিযোগ দাখিল কৰে।

অধ্যক্ষগৰাকীক দিয়া অভিযোগত ডেকাই ঘনশ্যাম দাসক এজন ‘অহংকাৰী বিষয়া’ বুলি অভিহিত কৰি তেওঁৰ অমনোযোগিতাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে সাংসদ পুঁজিৰ শেষৰটো কিস্তি প্ৰায় ২.৫ কোটি টকা মোকলাই নিদিলে।

Apply Now

‘এই পুঁজিখিনি মোকলাবৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে জানিব বিচৰাত তেওঁ কোনো সহায় নকৰিলে। মন কৰিব লগীয়া যে তেওঁ মোৰ কোনো প্ৰশ্নৰ উত্তৰে নিদিলে’। ডেকাই কয়।

সন্মানীয় তথা বিশেষ পদত অধিষ্ঠিত হৈ থকা দাসৰ দৰে এজন আই এ এছ বিষয়াৰ এনে কৰ্ম-কাণ্ড তথা ব্যৱহাৰ শুভ লক্ষণ নহয় বুলিও প্ৰাক্তন সাংসদগৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘সাংসদ পুঁজি ব্যৱহাৰ কৰা হয় সমষ্টিৰ উন্নয়নৰ বাবে। কিন্তু জিলাৰ উচ্চ পদস্থ বিষয়াগাৰীকৰ সহযোগিতাৰ অভাৱৰ বাবেই উন্নয়নত ব্যঘাত জন্মিছে’।

উল্লেখ্য যে পঞ্চদশ আৰু ষষ্ঠদশ লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিৰ পৰা বিজেপিক প্ৰতিনিধিত্ব কৰি সাংসদ হৈছিল ৰমেন ডেকা।

‘অসমৰ পৰা মই একেৰাহে দুবাৰ সাংসদ হৈছিলো। উপায়ুক্তগৰাকীয়ে অলপ সন্মান আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব লাগে’ বুলি মন্তব্য কৰে ডেকাই।

উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ডেকাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd