• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ চৰকাৰী বিদ্যালয় ভ্ৰমণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 9:33 pm
melian
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ভাৰত ভ্ৰমণলৈ অহা ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পে আজি দিল্লীৰ চৰকাৰী বিদ্যালয়লৈ যায়।

ছাউথ মতিবাঘ অঞ্চলৰ সৰ্বোদয়া বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ চৰকাৰী বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত আমেৰিকাৰ ফাৰ্ষ্ট লেডীগৰাকীৰ উপিস্থিতক লৈ দেখা যায় উৎসৱমুখৰ পৰিৱেশ।

Apply Now

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে হাতত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় লৈ পতাকা শাৰী শাৰীকৈ থিয় হৈ মেলানিয়া ট্ৰাম্পক পৰম্পৰাগতভাৱে আদৰণি জনায়। এই অভিভাদন  তথা আদৰণিত অভিভূত হৈ পৰে আমেৰিকান ফাৰ্ষ্ট লেডীগৰাকী।

বিদ্যালয়খনত মেলানিয়াই প্ৰায় ২০ মিনিট সময় কটায়।

মেলানিয়াই বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ লগত অন্তৰঙ্গভাৱে বাৰ্তালাপ কৰে।

বিশ্বমানৰ তথা অতি সুন্দৰ আন্তঃগাঠনিৰ বিদ্যালয়খন মেলানিয়া ট্ৰাম্পে পৰিদৰ্শন কৰি অভিভূত হৈ উঠে।

ইফালে্ মেলানিয়াৰ আগমনকলৈ বিদ্যালখনৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলো অতি উৎফুল্লিত হৈ উঠা দেখা যায়।

এই উপলক্ষ্যে শিক্ষাৰ্থীসকলে ভিন্নৰঙী উজ্জ্বল ৰঙাৰ পোছাক পিন্ধি যোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লী শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই দিল্লীৰ বিদ্যালয়ৰ কেৱল আন্তঃগাঠনিকেই নহয় সমগ্ৰ দিল্লীৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিছে।

বিশ্বমানৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা কৰা দিল্লী চৰকাৰী বিদ্যালয়বোৰৰ শিক্ষাৰ্থীসকলৰ যোৱা বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণ হাৰ আছিল ৯৬ শতাংশৰো অধিক। ইতিমধ্যে বহু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আহি চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিছেহে।

বিশেষকৈ ২০১৮ বৰ্ষৰ পৰা আৰম্ভ কৰা ‘হেপ্পীনেছ ক্লাছেছে’ দিল্লীৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিছে। এই ‘হেপ্পীনেছ ক্লাছেছ’ চাবলৈকে মেলানিয়া ট্ৰাম্পে দিল্লীৰ শিক্ষানুষ্ঠানত পৰিদৰ্শন কৰিছিল।

মেলানিয়া ট্ৰাম্পৰ শিক্ষানুষ্ঠান ভ্ৰমণক দিল্লীৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ক্ৰমে অৰিবন্দ কেজৰিৱাল আৰু মনীষ চিচোড়িয়াই স্বাগতম জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm
উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd