• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত ৰাজ্যিক ভিত্তিত আলি আঃয়ে লৃগাং : উপস্থিত থাকিব ৰাজ্যপাল, মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 10:10 am
Ali_Aye_Lrigang_1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিচিং সকলৰ কৃষিভিত্তিক বসন্ত উৎসৱ আলি আঃয়ে লৃগাং অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মাজুলী জিলাৰ জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লোৱা হৈছে।

এই কথা চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এটা সূত্ৰই এন ই নাওক জনাইছে। সূত্ৰটোৱে জনোৱা মতে ১৪ তাৰিখত দিনজোৰা কাৰ্য্যসূচীৰে মিচিং সম্প্ৰদায়টোৰ এই অন্যতম উৎসৱটো আয়োজনৰ দিহা কৰা হৈছে। ইয়াত মিচিং লোকসকলৰ সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলন কৰিব পৰাকৈ কাৰ্য্যসূচী লোৱা হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনীও পতা হৈছে। প্ৰদৰ্শনী দ্বাৰা উন্মোচন কৰিব মাজুলী জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।

Apply Now

আনহাতে দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা মুকলি সভাত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যিজন মাজুলীৰ পৰাই বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। মুখ্য মন্ত্ৰীৰ লগতে মিচিং লোক সংস্কৃতি প্ৰদৰ্শন অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীও উপস্থিত থাকিব বুলি সূত্ৰটোৱে জনাইছে। ইয়াৰ উপৰি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেও উপস্থিত থাকিব। তাৰোপৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰেশ্বৰ পেগু, সাংসদ প্ৰদান বৰুৱা, ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ডাঃ ৰণোজ পেগু, ভুৱন পেগু আদিও উপস্থিত থাকিব।

বিয়লি সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মিচিং দৃৰ্‌বৃ কেবাঙৰ প্ৰাক্তন সভাপতি ড০ বিদ্যেশ্বৰ দলেই।

সূত্ৰটোৱে লগতে জনায় যে কাৰ্য্যসূচীৰ মাজতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত নিৰ্মাণ হ’ব লগীয়া ‘সংহত কাৰ্যালয় ভৱন আৰু বাসগৃহ চৌহদ’ৰ আধাৰশিলাও স্থাপন কৰিব। লগতে তেওঁ নৌকা এম্বুলেন্স সেৱাও মুকলি কৰিব।

 

আনহাতে মাজুলী জিলা প্ৰশাসনৰ পৰা জনোৱা খবৰ মতে আলি আঃয়ে লৃগাং উপলক্ষে ১৪ ফেব্ৰুৱাৰি দিনটোত মাজুলী জিলা স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনা অনুসৰি ১৪ ফেব্ৰুৱাৰিত জিলাখনৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয়, প্ৰতিষ্ঠান, বেংক, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd