• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ আৰু ৯ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাত IPL-ৰ খেল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 7:09 pm
Riyan Parag

ৰিয়ান পৰাগ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা গুৱাহাটীবাসী ক্ৰিকেটপ্ৰেমীক আহ্লাদিত কৰি আই পি এল, ২০২০-ৰ দুখন খেল গুৱাহাটীত অনুষ্ঠিত কৰাটো নিশ্চিত হৈছে।

অহা ২৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব লগীয়া ছিজনটোৰ দুখন খেল ক্ৰমে অহা ৫ আৰু ৯ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ এটা বিজ্ঞপ্তিত প্ৰকাশ।

Apply Now

ৰাজস্থান ৰয়েলছে ঘৰুৱা দল হিচাপে খেলিব লগীয়া দুয়োখন খেলেই সন্ধিয়া অনুষ্ঠিত হ’ব। প্ৰতিপক্ষত থাকিব ক্ৰমে দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ।

গুৱাহাটীৰ নিজা দল যদিও নাই ৰাজস্থান ৰয়েলছত অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ চুক্তিবদ্ধ হৈছে আৰু গৃহ চহৰখনত তেওঁৰ যথেষ্ট অনুৰাগী আছে।

পূৰ্বে আই পি এলৰ প্ৰকাশিত সূচীত ৫ এপ্ৰিল আৰু ৯ এপ্ৰিলৰ খেলৰ স্থান হিচাপে জয়পুৰৰ সৈতে গুৱাহাটীক এক বিকল্প হিচাপেহে ৰখা হৈছিল। ফলত গুৱাহাটীত খেল হোৱাটো এক অনিশ্চয়তা হৈ ৰৈছিল।

উল্লেখ কৰিব পাৰি যে জয়পুৰৰ পৰা গুৱাহাটীলৈ ৰাজস্থান ৰয়েলছৰ খেল স্থানান্তৰক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল হৈছিল।

আৱেদনখনত আৱেদনকাৰী ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে ন্যায়ালয়ৰ কাষ চাপি কৈছিল যে জয়পুৰৰ বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মানহানিকৰ” হ’ব।

কিন্তু শেষত এই আইনী মেৰপেঁচৰ জাল ফালি গুৱাহাটীত দুখনকৈ খেল অনুষ্ঠিত হোৱাৰ নিশ্চিত খবৰে সকাহ দিয়াৰ লগতে আৰু উৎফুল্ল কৰিলে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am
‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd