• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাৰ পৰা মানাহলৈ গঁড় সংস্থাপনৰ বাবে কাজিৰঙাত গঁড় বিচাৰি ৰাতিপুৱাৰে পৰা অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
February 29, 2020 8:19 am
Rhino

কাজিৰঙাত গঁড়ৰ বিচৰণ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাতিপুৱাৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰাৰ বাবে কাজিৰঙাৰ বাগৰি বনাঞ্চলত গঁড় ধৰা অভিযান আৰম্ভ কৰিছে বন বিভাগে৷

ইয়াৰ বাবে ৰাতিপুৱাৰ পৰা বাগৰি বনাঞ্চলত পৰ্যটকৰ প্ৰৱেশ বন্ধ ৰখা হৈছে৷

Apply Now

কাজিৰঙাত পশু চিকিৎসকৰ সৈতে এটা বিশেষজ্ঞৰ দলে ৰাতিপুৱা ৬ বজাৰ পৰা গঁড় কৰায়ত্ব কৰাৰ বাবে এই অভিযান আৰম্ভ কৰিছে৷

অসম চৰকাৰৰ বনবিভাগে ২০২০ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ জনসংখ্যা ৩০০০ কৰাৰ লক্ষ্যৰে ২০০৫ চনত ‘ইণ্ডিয়ান ৰাইনো ভিচন ২০২০’ নামৰ এক অভিলাষী আঁচনি আৰম্ভ কৰিছিল ৷

গঁড়ৰ আৱাসস্থলীৰ পৰা গঁড় নোহোৱা হৈ যোৱা বনাঞ্চল সমূহত পুনৰ গঁড় সংস্থাপিত কৰাৰ বাবে আচঁনিখনৰ অধীনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ যাৰ বাবে ২০০৮ চনৰ পৰা ২০১২ চনলৈ পবিতৰা অভয়াৰণ্যৰ পৰা ১০ টা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৮ টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান এই ১৮ টা গঁড়ৰ পৰা গঁড়ৰ সংখ্যা বৃদ্ধি হৈ ৪০ চা হৈছে বুলি বন বিভাগে জনিবলৈ দিছে৷

আজি কাজিৰঙাৰ পৰা পুনৰ দুটা গঁড় মানাহ ৰাষ্ট্ৰীয়  উদ্যানলৈ নিয়াৰ বাবে পুৱাৰে পৰা প্ৰচেষ্টা আৰম্ভ কৰা হৈছে৷ বিশেষজ্ঞ দলৰ পৰামৰ্শ মতে আজি ৰাতিপুৱা কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ পৰা দুজনী পোৱালী নিদিয়া মাইকী গঁড়ক চেতনা নাশক প্ৰক্ৰিয়াৰে কৰায়ত্ব কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে৷ নিৰ্বাচিত দুইজনী গঁড়ক কৰায়ত্ব কৰিব পাৰিলে ১ মাৰ্চৰ পুৱা গঁড় দুজনীক কাজিৰঙাৰ বাগৰিৰ বনাঞ্চলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হ’ব৷

ইফালে, মানাহৰ পাচত গঁড় আৱাস লাওঁখোৱা বুঢ়াচাপৰিলৈও গঁড় নিয়াৰ বাবে বন বিভাগে প্ৰচেষ্টা চলাব বুলি জনাইছে মুখ্য বন সংৰক্ষক তথা গঁড় স্থানান্তৰিতকৰণ অভিযানৰ মুৰব্বী উৎপল বৰাই৷

আজি পুৱাৰে পৰা আৰম্ভ হোৱা অভিযানত বিশ্ব প্ৰকৃতি নিধি, ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচন, অসম চৰকাৰৰ বন বিভাগ আৰু বড়ো স্বায়ত্ব শাসিত পৰিষদে বিশেষ নেতৃত্ব লৈছে৷

দিনটোৰ ভিতৰত বাগৰিত গঁড় কৰায়ত্ব কৰিব পাৰিলে চিনাক্তকৰণৰ সুবিধাৰ্থে গঁড়ৰ কানত টেগ লগোৱা হ’ব বুলিও জনাইছে বিষয়া গৰাকীয়ে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd