• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে WHOএ দিছে ১০ টা বিধান; বিধানকেইটা জানিবলৈ পঢ়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 3:58 pm
ক'ৰ'না
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেভেনাস্থিত বিশ্ব স্বাস্থ্য সংস্থা (WHO)এ ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বিশ্বাবাসীক ১০ টা বিধান আগবঢ়াইছে।

“আপোনাৰ জীৱনৰ দায়িত্ব আপোনাৰ হাতত। WHO এ আপোনালৈ কিছুমান সাধাৰণ বিধান আ্গবঢ়াইছো, আপুনি নিজৰ স্থানীয় চিকিৎসকৰ লগত পৰামৰ্শ কৰি এই বিধানবোৰ মানি চলি নিজক ৰক্ষা কৰক।” WHO ৰ ডাইৰেক্টৰ জেনেৰেল টেড্ৰ’ছ এধানম ঘেব্ৰেয়াছুছে এইদৰে কয়।

Apply Now

WHO ৰ বিধান কেইটা হ’ল –

  • দহটা বিধানৰ প্ৰথমটো হ’ল হাত নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰাখক। হাত ধুওঁতে চাবোন ব্যৱহাৰ কৰক। এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ মুখত স্পৰ্শ কৰাৰ পিছত আপোনাৰ শৰীৰলৈও ই সংক্ৰমণ হ’ব পাৰে! সেয়ে লগে লগে চাবোনেৰে ধুই হাত পৰিষ্কাৰ কৰিব।
  • দ্বিতীয়তে পাকঘৰ, পাকঘৰ গেছ টেবুলৰ লগতে অন্যান্য বস্তুটোবোৰো পৰিষ্কাৰকৈ ৰাখক।
  • ক’ৰ’না ভাইৰাছ সম্পৰ্কত সতৰ্ক হওক। স্থানীয় বা ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ উৎসৰ পৰা এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰক। WHO ৰ অফিচিয়েল ৱেবচাইটো এই বিষয়ে জানিব পাৰিব। শুকান কাঁহ, জ্বৰ, পানী লগা আদিৰ পৰাই এই ৰোগ আৰম্ভ হ’ব পাৰে। এইবোৰ হোৱাৰ লগে লগে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
  • জ্বৰ আৰু কাঁহ হৈ থকা অৱস্থাত ভ্ৰমণ নকৰিব। যদি বিমান যাত্ৰাৰ সময়ত এইবোৰত ভোগে তৎকালে চিকিৎসকৰ পৰামৰ্শ লওক।
  • হাঁচি ব কাঁহ মৰাৰ সময়ত হাতেৰে মুখমণ্ডল ঢাকি ধৰক।
  • হৃদৰোগ, ডাইবেটিছ, স্বাসজনিত সমস্যাত ভুগি থকা ষাঠিৰ্দ্ধোৰ ব্যক্তিসকল অধিক সতৰ্ক হোৱা প্ৰয়োজন। তেওঁলোকে পৰাপক্ষত গণ সমাগম এৰাই চলক।
  • যদি কোনো ব্যক্তিয়ে শৰীৰৰ জড়তা অনুভৱ কৰে তেনেলোকে ঘৰৰ পৰা নোলাব। ঘৰৰ পৰাই স্থানীয় চিকিৎসকৰ সৈতে যোগাযোগ কৰক। আৰু যিগৰাকী ব্যক্তিয়ে তেনে লোকৰ লগত সংস্পৰ্শত থাকে তেওঁ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব যাতে আক্ৰান্ত নহয়।
  • কোনো অসুখত ভুগিলে ঘৰতে থাকক। লগে লগে ক’লৈও ওলাই নাযাব। পৰিয়ালৰ লোকৰ পৰা পৃথকে খোৱা-শোৱা কৰক। খোৱাৰ বাচন-বৰ্তনো পৃথকে ব্যৱহাৰ কৰি পৃথকে ৰাখক।
  • উশাহ সঘন হ’লে বা স্বাস প্ৰশ্বাসত সমস্যা পালে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
  • এজন ব্যক্তিয়ে এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত সমাজৰ আন লোকৰ লগতে সমগ্ৰ দেশৰ জনগণেও এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। সেয়ে এই ভাইৰাছত আক্ৰান্ত ব্যক্তিজনক লগে লগে চিহ্নিত কৰি সমাজৰ আঁতৰাই চিকিৎসাৰ ব্যৱস্থা কৰক। কৰ্মক্ষেত্ৰ, স্কুল-কলেজত এই ভাইৰাছৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে সজাগতা বঢ়াওক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd