• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত অখিল গগৈ; জি এম চি এইচত চিকিৎসাধীন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 29, 2020 7:09 pm
Akhil Gogoi

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈছে কৃষক নেতা অখিল গগৈ। কাৰাগাৰৰ ভিতৰত আজি  পুনৰ অসুস্থ হৈ পৰে কৃষক নেতাজন।

সেয়েহে ততাতৈয়াকৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কতৃপক্ষই অখিলক জি এম চি এইছলৈ লৈ আহে।

Apply Now

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ নেতা মুকুট ডেকাই।

বৰ্তমান জৰুৰীকালীন বিভাগত কৃষক নেতাজনৰ চিকিৎসা চলাই থকা হৈছে।

উল্লেখযোগ্য যে, কা বিৰোধী আন্দোলনে ভৰপক ৰূপ লোৱাৰ সময়তে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈ যোৱা আঢ়ৈ মাহ ধৰি কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।

কাৰাগাৰত থকাৰ সময়তে কৃষক নেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে।

পূৰ্বেও কৃষক নেতাজন চকু, হাত, ভৰি, দাঁত আৰু প্ৰচণ্ড মূৰৰ বিষত ভুগিছিল।

কৃষক নেতাজন ছালৰ সমস্যাতো ভোগা বুলি ডেকাই জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd