• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলাক্ষেত্ৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে হাজং ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগতে অধিৱেশন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 2:53 pm
poster
133
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম হাজং ছাত্ৰ সন্থাৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু দশম ত্ৰিবাৰ্ষিক অধিৱেশন তথা কামৰূপ জিলা হাজং ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন মঙলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।

এই অধিৱেশনত বিভিন্ন জাতি-জনগোষ্ঠী আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব।

বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ছহিদ তৰ্পণ, প্ৰতিনিধি বৈঠক,মুকলি আলোচনাচক্ৰ, মুকলি সভা আদি অনুষ্ঠিত হ’ব।

অধিৱেশনৰ কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে নিশা সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজঙৰ সভাপতিত্বত   অনুষ্ঠিত হয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক আৰু ইয়াৰ পিছতে অনুষ্ঠিত হয় কামৰূপ জিলা হাজং ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা।

এই আলোচনৰ জৰিয়তে বিগত সময়ছোৱাৰ  সম্পাদিত কাম-কাজ সম্পৰ্কত বিশদভাবে আলোচনা কৰে। এই আলোচনাৰ অন্তত  প্ৰথমখন প্ৰতিনিধি বৈঠক অনুষ্ঠিত হয়।

আনহাতে, ৰাতিপুৱা ৮.৩০ বজাত পতাকা উত্তোলনৰে অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী মুকলি কৰা হয়।  ইয়াৰ পিছতে অনুষ্ঠিত হয় ছহিদ তৰ্পণ।

ছহিদ তৰ্পণ কাৰ্যসূচীৰ পিছতে পুৱা ৯.৩০ বজাত অনুষ্ঠিত হয় দ্বিতীয়খন প্ৰতিনিধি বৈঠক।

দ্বিতীয় দিনৰ মুখ্য কাৰ্যসূচী ৰূপে দুপৰীয়া মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘অসমৰ সাম্প্ৰতিক পৰিস্থিতিত জনগোষ্ঠীয় আৰু জাতীয় সংগঠনসমূহৰ ভূমিকা’ শীৰ্ষক এখন মুকলি আলোচনা সভা।

সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনাচক্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, ‘আমাৰ অসম’ৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, ‘প্ৰতিদিন টাইমছ’ৰ সম্পাদক খগেন কলিতা, ডিমাচা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰফুল্ল হাফিলাৰ লগতে উপস্থিত থাকিব কেইবাগৰাকী বিশিষ্ট লোক।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd