• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ; ৰাম লালা মূৰ্তিক দিব বুলেট প্ৰুফ সুৰক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2020 10:52 am
ram mandir 33
22.3k
VIEWS
Share on FacebookShare on Twitter

ৰাম জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।

যোৱা দেওবাৰৰ পৰা ৰাম মন্দিৰ নিৰ্মাণ কৰিবলগীয়া চৌহদত চাফাই কাম আৰম্ভ কৰাৰ লগতে ভূভাগ সমান কৰা দেখা গৈছে।

হিন্দুসকলৰ পৱিত্ৰ ভূমি বুলি বিবেচিত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ চলি থকা বিবাদক ইতিমধ্যে উচ্চতম ন্যায়ালয়ে মীমাংসা কৰি দিছে।

উল্লেখ্য যে উক্ত স্থানত থকা বাবৰি মদজিদটো ১৯৯২ চনত আৰ এছ এছৰ নেতৃত্বত ধ্বংস কৰাৰ পিছতে উক্ত এলেকাটো বিবাদমান বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল।

মন্দিৰ নিৰ্মাণ কাম আৰম্ভ কৰাৰ বাবে ৰাম লালা মূৰ্তিটো অন্য ঠাইলৈ নিয়া হ’ব। উক্ত মূৰ্তিটো ১৫০ ফুট উচ্চ। ফাইবাৰ বুলেট প্ৰুফেৰে মূৰ্তিটো সুৰক্ষিত কৰি মানস ভৱনত ৰখা হ’ব বুলি জানিব পৰা গৈছে।

বৰ্তমান উক্ত স্থানত ১২ টা পুৰণি মন্দিৰ আছে, তাৰ ভিতৰত ৰাম জন্মস্থান আৰু সীতা ৰসৈয়ো আছে। অৱেশ্যে নিৰ্মাণকালীন অৱস্থাত এইসমূহ ক’লৈ নিয়া হ’ব এতিয়াও সেই সিদ্ধান্ত লোৱা হোৱা নাই।

ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই সমিতিৰ অন্যান্য সদস্যসকলৰ সৈতে যোৱা শনিবাৰে সমগ্ৰ এলেকাটো পৰিদৰ্শন কৰে।

সূত্ৰৰ মতে আৰ্কিটেক লাৰ্চেন আৰু ট’ব্ৰ’ই মন্দিৰৰ নিৰ্মাণ আৰ্হি বিনামূল্যে সম্পূৰ্ণ কৰি দিছে।

আনুষ্ঠানিক তথা মূল মন্দিৰ নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ’ব সেয়া অতি শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিছে নিৰ্মাণ কমিটিৰ বিষয়ববীয়াই।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd