• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৭ নং নাগ্ৰিজুলী বিটিচি পৰিষদীয় সমষ্টি ভিত্তিত জনগোষ্ঠীয় সমন্বয় মঞ্চৰ কেন্দ্ৰীয় সমিতি গঠন

বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ, সম উন্নয়নৰ হকে মাত-মাতি যাব এই মঞ্চই

দীপক কুমার পাঠক by দীপক কুমার পাঠক
March 2, 2020 2:05 pm
Nagrijuli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ ৭২ বছৰ পিচতো বাক্সা জিলাৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত  অঞ্চলসমূহ উন্নয়নৰ দিশত যথেষ্ট পিচ পৰি আছে ৷

এই অঞ্চলত বসবাস কৰা অসমীয়া, নেপালী, বঙালী, বড়ো, চাওতাল-আদিবাসী আদি সম্প্ৰদায়ৰ লোকসকল শিক্ষা-দীক্ষা, কৃষি,  স্বাস্থ্যৰ লগতে বিভিন্ন দিশত  উন্নয়নৰ দিশত পিচ পৰি থকাৰ লগতে

Apply Now

বিভিন্ন ৰাজনৈতিক দলৰ শাসন কালত এই অঞ্চলৰ লোক সকল শোষিত,  লাঞ্চিত,  বঞ্চিত হৈ আহিছে৷

অঞ্চলবাসীৰ প্ৰাপ্য অধিকাৰ আদায় কৰাৰ উদ্দেশ্য আগত ৰাখি আৰু অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু শান্তিৰ এনাজৰী  সূদৃঢ় কৰাৰ লক্ষ্যৰে ২৭ নং  নাগ্ৰীজুলি  বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গাঁওসমূহৰ  বিভিন্ন জাতি -জনগোষ্ঠীৰ লোকক লৈ গঠন কৰা হৈছে জনগোষ্ঠীয় সমন্বয় মঞ্চ৷ এই ভাষ্য বিশিষ্ট সমাজ কৰ্মী কৃষ্ণ টিকদাৰৰ৷

কালি নাগ্ৰীজুলি বজাৰ প্ৰাংগনত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী উপেন চেত্ৰীৰ পৌৰাহিত্যত  অনুস্থিত এক বিশাল ৰাজহুৱা সভাত কৃষ্ণ টিকদাৰে এই দৰে কয়৷

যুৱ সমাজ কৰ্মী ক্ষীতিশ দাসে উদ্দেশ্য বাখ্যা কৰা সভাখনত কৃষ্ণ টিকদাৰে পুনৰ কয় যে সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধ হৈ ৰাজনৈতিক নেতাৰ পৰা নিজৰ প্ৰাপ্য অধিকাৰ সমুহ আজুৰি আনিব লাগিব ৷

সভাত ভাষণ ৰাখি যুৱ সমাজ কৰ্মী বশিষ্ঠ বৰুৱাই কয় যে বিগত সমচোৱাত আমাৰ জন প্ৰতিনিধিসকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ যি ধৰণে  উন্নয়ন সাধন কৰিব লাগিছিল,  তেনেধৰণে উন্নয়ন সাধন কৰিব পৰা নাই৷ কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত নানান প্ৰতিশ্ৰুতি দি আমাৰ পৰা ভোট লৈ নিৰ্বাচিত হোৱাৰ পিচতে সকলো পাহৰি যায়৷

আনহাতে সভাত উপস্থিত থাকি কাউলী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী নাৰদ ভট্টৰায়ে  জনগোষ্ঠীয় সমন্বয় মঞ্চ গঠনৰ প্ৰাসংগিকতা উল্লেখ কৰি কয় যে বৃহত্ততৰ নাগ্ৰীজুলি অঞ্চলটোৰ ৰাইজৰ মাজত সমন্বয় আৰু একতা ৰক্ষাৰ উদ্দেশ্যৰে গঠন জনগোষ্ঠীয় সমন্বয় মঞ্চ গঠন হোৱা বুলিও তেওঁ সভাত সদৰী কৰে৷

২০১০ চনতেই এই মঞ্চ গঠনৰ পৰিকল্পনা কৰা হৈছিল যদিও আজি এই মঞ্চই নাগ্ৰীজুলিত পূৰ্ণতা লাভ কৰিলে আৰু ৰাইজে একত্ৰিত হৈ এই মঞ্চখন আগুৱাই লৈ যাব লাগিব বুলি মন্তব্য কৰে গোপাল আচাৰ্য্যই।

অঞ্চলটোৰ প্ৰায় ডেৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা আজিৰ এই  সভাতেই নাৰদ ভট্টৰায়ক সভাপতি, নিকোলাচ টুডুক কাৰ্য্যকৰি সভাপতি, কমলা মেধিক, উপেন চেত্ৰী, পূর্ণস্বৰ বড়োক, উদয় নায়ক, কৃষ্ণ টিকদাৰক  উপ- সভাপতি, গোপাল আচার্জিক সাধাৰন সম্পাদক আৰু ক্ষিতিশ হাজোৱাৰী, প্ৰাণজিৎ তালুকদাৰ, হৰিপদ সিংহক সম্পাদক হিচাপে লৈ ৭১ জনীয়াকৈ  ২৭ নং নাগ্ৰীজুলি বিচিচি পৰিষদীয় সমষ্টি ভিত্তিক জনগোষ্ঠীয় সমন্বয় মঞ্চৰ কেন্দ্ৰীয় সমিতিখন  গঠন কৰা হয়৷

ইপিনে আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত  ২৭ নং নাগ্ৰীজুলি  বিটিচি পৰিষদীয় সমষ্টিত জনগোষ্ঠীয়  সমন্বয়  মঞ্চ গঠন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

দীপক কুমার পাঠক

দীপক কুমার পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd