• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউদৰ পাছত এইবাৰ হলীউদৰ প্ৰসিদ্ধ সংস্থাৰ সৈতে চুক্তিবদ্ধ হৃতিক ৰোশন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2020 7:00 pm
5d947b022200003b02dc40af
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুপাৰ-৩০ ছবিৰ জৰিয়তে বহুদিনৰ পাছত নিজৰ অদমনীয় অভিনয় দক্ষতা প্ৰদৰ্শন দাঙি ধৰিলে হৃতিক ৰোশনে।

বলীউদত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব হৃতিকে এইবাৰ হলীউদৰ পৰা লাভ কৰিছে ভাল অফাৰ। আমেৰিকাৰ এটি প্ৰসিদ্ধ প্ৰযোজনা সংস্থাৰ সৈতে চুক্তিত স্বাক্ষৰ কৰাৰ পাছত এই ইংগিত দিছে অভিনেতাগৰাকীয়ে।

Apply Now

অনিল কাপুৰ, ইৰফান খান, প্ৰিয়ংকা চোপ্ৰা,  দীপিকা পাডুকনকে ধৰি বলীউদৰ বহু তাৰকাই হলীউদত কাম কৰিছে। ইয়াৰ ভিতৰত প্ৰিয়ংকা হলীউদত খুবেই ব্যস্ত।

নতুনকৈ তালিকাত এইবাৰ অন্তৰ্ভুক্ত হ’ল হৃতিক ৰোশনৰ নাম। হলীউদৰ ‘গাৰ্ছ’ নামৰ প্ৰযোজনা সংস্থাৰ সৈতে চুক্তিবদ্ধ হৈছে বলীউদৰ এইগৰাকী ‘ছুপাৰ’ অভিনেতা।

সংস্থাটোৰ ভাৰতত থকা মেনেজাৰ গৰাকীয়ে জানিবলৈ দিয়া মতে হৃতিকে এই সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ ফলত আৰু বহু হলীউদী ছবিৰ অফাৰ লাভ কৰাৰ সম্ভাৱনা আছে।

প্ৰায় বিস বছৰ ধৰি বলীউদত অভিনয় জীৱন পাৰ কৰা হৃতিকে অনুৰাগীসকলক বহুকেইখন ছুপাৰহিট ছবি উপহাৰ দিছে।

মাজে-সময়ে কিছু বেয়া দিন পাৰ কৰিলেও বিগত বছৰত ‘ৱাৰ’ আৰু ‘ছুপাৰ-৩০’ৰ জৰিয়তে পুনৰ হৃতিক দৰ্শকৰ মাজলৈ ঘুৰি আহিছে।

জানিব পৰা মতে, কৃশ চলচ্চিত্ৰখনৰ চতুৰ্থ সংস্কৰণত হৃতিকে দীপিকা পাডুকনৰ সৈতে যুটী বান্ধিব।

কিন্তু হৃতিকৰ এইবাৰ হলীউদ যাত্ৰাই অভিনেতাগৰাকীৰ কেৰিয়াৰত আন এক মাত্ৰা যে আনি দিব সেয়া নিশ্চিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd