• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ ফেৰীঘাটত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 2, 2020 7:55 pm
Students goes missing

মাজুলীত মৃতদেহ হোৱা ছাত্ৰ গৰাকী

7k
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ দক্ষিণপট ফেৰীঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ পানীজুৱলিত আজি বিয়লি সন্ধানহীন হৈ থকা পুত্ৰ উত্তম দাস (২০)ৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উদ্ধাৰ হোৱা উত্তম দাসৰ মৃতদেহৰ মুখমণ্ডল, বুকু আৰু পিঠিত থকা আঘাতৰ স্পষ্ট চিনে যুৱকজনক হত্যা কৰা হৈছিল বুলি স্থানীয় লোকে দাবী কৰিছে।

মাজুলীৰ মাজৰবাৰী বুঢ়াশেনচোৱা গাঁৱৰ নিৱাসী কমলাবাৰী থানাৰ অন্তৰ্গত প্ৰেমকান্ত দাস আৰু অনিমাই দাসৰ জ্যেষ্ঠ পুত্ৰ উত্তম দাস (২০) বিগত ২৮ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল।

মাজুলী মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকত অধ্যয়নৰত ছাত্ৰ গৰাকীয়ে ২৮ ফেব্ৰুৱাৰিৰ দিনা জলপানিৰ প্ৰ-পত্ৰ পুনৰ বাবে ওলাই গৈ নিশালৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে আৰু তেওঁলোকে ছাত্ৰ গৰাকীলৈ ফোন কৰে যদিও তেওঁৰ ফোন বন্ধ হৈ থকা পায়।

পৰিয়ালৰ লোকে ছাত্ৰ গৰাকীৰ একো সম্ভেদ উলিয়াব নোৱাৰি মাজুলীৰ বনগাঁও আৰক্ষী চকী, কমলাবাৰী থানা আৰু গড়মুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

অফলামুখ ঘাটত যুৱকজনৰ চাইকেলখন উদ্ধাৰ হয় যদিও যুৱকজনৰ শুংসূত্ৰ লাভ কৰাত আৰক্ষী ব্যৰ্থ হৈছিল।

আজি বিয়লি সন্ধানহীন হৈ থকা উত্তম দাসৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ছাত্ৰ গৰাকীৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱা ঘটনাই পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলোৱাৰ লগতে স্থানীয় ৰাইজে ছাত্ৰ গৰাকীক পৰিকল্পিতভাৱে কোনোবাই হত্যা কৰা বুলি অভিযোগ কৰি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষীক দাবী জনায়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd