• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত প্ৰেছাৰ কুকাৰ-পটাগুটিৰে মৰিয়াই ১৩ বছৰীয়া কিশোৰীক হত্যা: তদন্ত আৰম্ভ, লাভ কৰিছে ক্লু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2021 8:35 pm
UjanBazar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰ গুৱাহাটীত দিন-দুপৰতে সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।

মহানগৰীৰ উজানবজাৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।

Apply Now

দিনৰ ১১:৩০ বজাৰ পৰা ১২ বজাৰ ভিতৰত সংঘটিত হৈছে এই হত্যাকাণ্ড।

কোনো অচিনাক্ত দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে ডিম্পল কুমাবট নামৰ কিশোৰীগৰাকীক।

ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক তথা আৰক্ষীয়ে।

ৰেস্তুৰেন্টৰ কামৰ বাবে পিতৃ-মাতৃ পুৱাতেই ঘৰৰ পৰা ওলাই গৈছিল আৰু সম্পৰ্কীয় ভাতৃৰ সৈতে আছিল ডিম্পল।

কিন্তু চাহ খাবৰ বাবে দোকানৰ পৰা বিস্কুট আনিবলৈ ভাতৃ যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ ডিম্পলক হত্যা কৰে কোনো দুৰ্বৃত্তই। বিচনাত তেজৰে তুমুৰুলি হৈ পৰি আছিল ডিম্পলৰ মৃতদেহ।

মৃতদেহৰ পিঠি, ডিঙি আৰু মূৰত আঘাতৰ চিন স্পষ্ট তথা পটাগুটি আৰু কুকাৰত তেজৰ দাগ লাগি আছিল বুলি জানিব পৰা গৈছে।

ৰাজস্থানৰ কুমাবটৰ পৰিয়ালটো মহানগৰীৰ উজানবজাৰৰ খাৰঘুলি যোৱা পথৰ এক ভাড়াঘৰত প্ৰায় ১০ বছৰ ধৰি বসবাস কৰি আহিছিল।

ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অতি শীঘ্ৰেই হত্যাকাৰীক বিচাৰি উলিওৱাৰ আশ্বাস মহানগৰ আৰক্ষীৰ।

ইপিনে, মহানগৰ আৰক্ষীৰ এগৰাকী উচ্চপদস্ত বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি এয়া সম্ভৱতঃ ডকাইতি নহয় কিয়নো ঘৰৰ পৰা সোণ বা ধন নিয়া নাই দুৰ্বৃত্তই।

আৰক্ষীৰ আন এক সূত্ৰৰ পৰা জানিব পৰা মতে পৰিয়ালটোক চিনি পোৱা কোনো লোকে ঘৰত কোনো নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

ইতিমধ্যে, ঘটনাস্থলীত চিআইডি, ডগস্কোৱাড আৰু ফৰেন্সিকৰ দল উপস্থিত হৈ তথ্য সংগ্ৰহ কৰিছে তথা বহুকেইটা ক্লু লাভ কৰিছে। কিন্তু তদন্তৰ খাতিৰত এই সম্পৰ্কে মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে।

গুৱাহাটী ক্লাৱত এঞ্জেলছ অৱ গডছ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৃত ডিম্পল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd