DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এজন ১৪ বছৰীয়া ছাত্ৰৰ মৃত্যুত কোকিলাত শোকৰ ছা

ইয়াছিন আলী by ইয়াছিন আলী
July 23, 2020 11:28 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

4.3k
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰক্ষীণ চকীৰ অন্তৰ্গত চাকলাত এগৰাকী মেধাসম্পন্ন কিশোৰ ছাত্ৰৰ  মৃত্যুৱে অঞ্চলব্যাপি শোকৰ ছা পৰিছে।

নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱান আব্দুল হাইৰ পুত্ৰ দেৱান আৰশ্বিদ আহমেদ (১৪) য়ে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ বুধবাৰে নিশা প্ৰায় ১১.৪০ বজাত মৃত্যু হয়।

মেধাৱী ছাত্ৰ তথা অতি অমায়িক হিচাপে পৰিচিত আৰশ্বিদৰ মৃত্যুৰ পিছত আবেলি চাকলা বজাৰত দোকান পোহাৰ বন্ধ কৰি শোক পালন কৰে।

আৰশ্বিদৰ মৃতুৰ খবৰ পাই উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, প্ৰাক্তন বিধায়ক আব্দুল ৰৌফ, প্ৰাক্তন বিধায়ক মকবুল হুছাইন, বঙাইগাঁও জিলা এআইডিইউএফৰ সভাপতি ছুৰমান আলীয়ে ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰাৰ লগতে বঙাইগাঁও জিলা আমছু, বঙাইগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ, আজাদ ক্লাৱ এণ্ড লাইব্ৰেৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

মেধাসম্পন্ন অমায়িক স্বভাৱৰ আৰশ্বিদৰ মৃত্যত কোকিলা প্ৰেছ ক্লাবৰ তৰফৰ পৰাও সমবেদনা জ্ঞাপন কৰিছে সভাপতি মকবুল ইছলাম, সম্পাদক ৰফিকুল ইছলামৰ লগতে সদস্য সকলেও।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd