• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

SCERT-ৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত ১৪৩৩ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 11:05 am
কেলেংকাৰীত জড়িত    নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মা।

কেলেংকাৰীত জড়িত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত সংঘটিত ১০৫ কোটি টকাৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (SCERT) কেলেংকাৰিৰ সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে (Special Vigilance Cell) বিশেষ আদালতৰ সন্মুখত এক বিস্তৃত অভিযোগনামা দাখিল কৰে।

১৪৩৩ পৃষ্ঠাৰ এই অভিযোগনামাত কেলেংকাৰীৰ সৈতে জড়িত ২১ জন ব্যক্তিৰ কাৰ্যকলাপৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

অভিযোগনামাত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ লগতে আন ছয়জন চৰকাৰী বিষয়াৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

Apply Now

লগতে পঢ়ক: ৰে’লৱেৰ ঠিকা কেলেংকাৰিৰ সৈতে জড়িত চাৰিজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ চিবিআইৰ

এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত সাংবাদিক আৰু আৰ টি আই কৰ্মীৰ সৈতে পাঁচজন ঠিকাদাৰৰ নামো উল্লেখ কৰা হৈছে।

ইপিনে, আদালতে ছয়জন চৰকাৰী কৰ্মচাৰীয়ে গ্ৰহণ কৰা ভূমিকা সম্পৰ্কে বিভাগীয় তদন্তৰ অনুমতি প্ৰদান কৰে।

এই গোচৰটো যি সময়ত অসমৰ অন্যতম চৰ্চিত গোচৰ হিচাপে পৰিগণিত হৈছে, এই গোচৰৰ সৈতে জড়িত দুজন সাংবাদিক গ্ৰেপ্তাৰ হোৱাৰ পিছত এই গোচৰটোৱে অধিক চৰ্চা লাভ কৰে।

এই গোচৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে মে’ মাহত গুৱাহাটীৰ সাংবাদিক দুগৰাকীকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: ৰিয়ান পৰাগৰ চমক! ১১টা ছয় আৰু ৫টা চাৰিৰে দুৰ্দান্ত শতক; ১৩১ ৰানৰ ইনিংছেৰে যোগ্য প্ৰত্যুত্তৰ সমালোচকক!

সাংবাদিক দুগৰাকীৰ নাম পূজামণি দাস ওৰফে হানি কাশ্যপ আৰু ভাস্কৰ জ্যোতি হাজৰিকা। ধৃত আৰ টি আই কৰ্মী কেইজন হৈছে অনুপ শইকীয়া আৰু ৰবিজিৎ গগৈ।

ৰাজস্থানৰ পৰা মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে গ্ৰেপ্তাৰ কৰিছিল নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাক। তেওঁক জোঁৱাই অজিত পাল সিঙৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ‘কেলেংকাৰী’ৰ সৈতে জড়িত শেৱালী দেৱীক মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে সোধা-পোছা কৰিছিল।

জোঁৱায়েকৰ সৈতে মিলি নিলম্বিত আই এ এছ বিষয়াগৰাকীয়ে কোনো ৱৰ্ক অৰ্ডাৰ অবিহনে ১০৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: একেলগে লটাৰী কাটি কোটিপতি হ’ল কেৰালাৰ ১১ গৰাকী মহিলা; ২৫০ টকাত পালে ১০ কোটি!

২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত অসমৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যবাহী অধ্যক্ষ আৰু সঞ্চালিকা হিচাপে তেওঁৰ কাৰ্যকালত সংঘটিত হৈছিল এই কেলেংকাৰী।

উল্লেখযোগ্য যে অসম চৰকাৰৰ সন্মতি অবিহনে তেওঁ পাঁচটামান বেংক একাউণ্টো খুলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd