DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পৈশাচিক! বুকুত ব্লেডেৰে নিজৰ নাম লিখি ধৰ্ষণৰ চেষ্টা ১৬ বছৰীয়া কিশোৰীক

by
March 7, 2023 10:07 am
Minor Rape. (File Photo: IANS)

Minor Rape. (File Photo: IANS)

60
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ এজন যুৱকে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে বিনয় ঠাকুৰ নামৰ যুৱকজনে ভুক্তভোগী কিশৰীগৰাকীক কানপুৰৰ এখন হুকা বাৰলৈ মাতিছিল। যুৱকজনে ড্ৰাগছযুক্ত দ্ৰব্য খুৱাই অচেতন কৰিবলৈ চেষ্টা কৰিছিল যুৱতীগৰাকীক। কেৱল সেয়াই নহয়, বিনয়ৰ ৭ জন বন্ধুৱে কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে ঘটনাস্থলীৰ পৰা পলায়ন কৰি নিজকে ৰক্ষা কৰিছিল কিশোৰীগৰাকীয়ে। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত বিনয়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

তদন্তৰ ভিত্তিত আৰক্ষীয়ে জানিব পাৰএ যে অভিযুক্ত যুৱকজন আৰু কিশোৰীগৰাকী ইজনে সিজনৰ চিনাকি। দুয়োজনেই কানপুৰৰ। ইনষ্টাগ্ৰামৰ জৰিয়তেই চিনা–পৰিচয় হৈছিল তেওঁলোকৰ মাজত।

কিশোৰীগৰাকীৰ পিতৃয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কয় যে যুৱকজনে ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁৰ কন্যাক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল। আনকি কিশোৰীগৰাকীক আন ঠাইত বিয়া হোৱাত বাধা দিবলৈ বিনয়ে কিশোৰীগৰাকীৰ বুকুত ব্লেডেৰে কাটি নিজৰ নাম লিখি দিয়ে বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পিতৃয়ে।

আৰক্ষীয়ে সকলো অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে। কিশোৰীগৰাকীক প্ৰাথমিক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মানসিকভাৱেও ভাঙি পৰা কিশোৰীগৰাকীক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে।

Recent News

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd