• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

প্ৰিয় পুৰুষ! নিজৰ ৫০ বছৰীয়া পিতৃৰ লগত বিয়াত বহিল ২৪ বছৰীয়া কন্যা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 3, 2024 2:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সভ্যতাত পিতৃ-কন্যাৰ সম্পৰ্ক কিমান ‘পবিত্ৰ’ সেয়া নকলেও হ’ব। অনন্তকালৰ পিতৃ-কন্যাৰ পবিত্ৰ সম্পৰ্কলৈ এতিয়া নামি আহিছে এক ডাঙৰ প্ৰশ্নবোধক।

পিতৃ-কন্যাৰ পবিত্ৰ সম্পৰ্কক ভৰিৰে মোহাৰি স্বামী-স্ত্ৰীলৈ পৰিবৰ্তিত হ’ল এহাল পিতৃ-কন্যা। জানিব পৰা মতে, পিতৃৰ বয়স ৫০ আৰু তেওঁৰ কন্যাৰ বয়স ২৪ বছৰ। দুয়োৰে মাজত সাংঘাটিক বন্ধুত্ব আৰু সাংঘাটিক মিল। যাৰ বাবেই নিজ কন্যাক স্ত্ৰীৰূপে গ্ৰহণ কৰিবলৈ সাজু হ’ল পিতৃ। ইফালে নিজৰ প্ৰিয় পুৰুষগৰাকী অৰ্থাৎ নিজৰ পিতৃক স্বামী হিচাপে পাই সুখী কন্যা।

Apply Now

ইতিমধ্যে কন্যা গৰাকীয়ে সামাজিক মাধ্যমত মুকলি কৰিছে বিয়াৰ ভিডিঅ’। নিজৰ পছন্দৰ মানুহজনক বিয়া কৰাই তেওঁ অতি সুখী।

সামাজিক মাধ্যমত প্ৰকাশ পোৱা বিয়াখনৰ ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী নৱবিবাহিত যুৱতীয়ে ডিঙিত মংগলসূত্ৰ, কপালত সেন্দুৰ পিন্ধি এজন পুৰুষৰ কাষত থিয় হৈ আছে। আৰু গৌৰৱেৰে ঘোষণা কৰিছে, ‘এইজন মোৰ দেউতা। কিন্তু মই অতি আনন্দৰে সকলোকে ক’ব বিচাৰো যে আমি বিয়া হৈছো।’

যুৱতীগৰাকীৰ কাষত ৰৈ থকা বৃদ্ধগৰাকীয়ে কয় – ‘‘হয়, তাই মোৰ নিজৰ ছোৱালী৷ নিজৰ জীয়ৰীৰ লগত বিয়া হ’লে সমস্যা ক’ত? আধুনিক যুগত সকলোৱে এই পিতৃ-কন্যাৰ বিবাহক মানি লোৱা উচিত।”

কন্যাগৰাকীয়ে লগতে কয় “মই বহুদিনৰ পৰা দেউতাকক ভাল পাই আহিছো। মই তেওঁক সৰুৰে পৰা ভাল পাইছিলোঁ। শেহতীয়াকৈ আমি দুয়োজনে সিদ্ধান্ত লৈছিলো যে আমি স্বামী-স্ত্ৰী হম।”

এই ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতেই বিতৰ্কৰ ধুমুহা সৃষ্টি হৈছে। সমাজবাদী পাৰ্টিৰ নেতা জয় সিং যাদৱে তেওঁৰ এক্স হেণ্ডেলত এই বিয়াৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

বহুতেই দাবী কৰিছে যে “পবিত্ৰ সম্পৰ্কক অপমান কৰাৰ বাবে মহিলাগৰাকীক তৎক্ষণাত গ্ৰেপ্তাৰ কৰা উচিত।”

কিন্তু একাংশই এই ভিডিঅ’টো ভুৱা বুলি দাবী কৰিছে। সামাজিক মাধ্যমত সস্তীয়া প্ৰচাৰ পাবলৈ যুৱতীগৰাকীয়ে পিতৃক স্বামী বুলি চিনাকি কৰাই দিছে বুলিও দাবী কৰিছে বহুতে।

যি কি নহওক, কিন্তু এই কাম কৰি তেওঁলোকে কেৱল নিজকে তুচ্ছজ্ঞান কৰাই নহয়, পিতৃ-কন্যাৰ সম্পৰ্ককো কলুষিত কৰিছে বুলি চৰ্চা চলিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd