• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসালয়ত ৰোগী চাই ফুৰাৰ সময়তে হাৰ্ট এটেকত মৃত্যু চেন্নাইৰ এগৰাকী হৃদৰোগ বিশেষজ্ঞৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 1:02 pm
205
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ৩৯ বছৰীয়া এজন হৃদৰোগ বিশেষজ্ঞৰ হাৰ্ট এটেকত মৃত্যু হৈছে। চেন্নাইৰ সভিথা মেডিকেল কলেজৰ কনচালটেণ্ট কাৰ্ডিয়াক চাৰ্জন ডাঃ গ্ৰেডলিন ৰয় বুধবাৰে চিকিৎসালয়তে অসুস্থ হৈ পৰে।

হায়দৰাবাদৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰ এক্স-ত (পূৰ্বতে টুইটাৰ) লিখিছে, “সহকৰ্মীসকলে তেওঁক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। চিপিআৰ, জৰুৰীকালীন এঞ্জিওপ্লাষ্টি, ষ্টেণ্টিং, আইএবিপি আনকি ইচিএমঅ’ইও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নোৱাৰিলে।” ডাঃ কুমাৰে কয় যে তেওঁৰ বাওঁ মূল ধমনী ১০০ শতাংশ বন্ধ হৈ যোৱাৰ ফলত হাৰ্ট এটেক হৈছিল।

ড০ কুমাৰে লগতে কয় যে গ্ৰেডলিন ৰয়ৰ মৃত্যু কোনো বিচ্ছিন্ন ঘটনা নহয়। যোৱা কেইবছৰমানৰ পৰা ৩০-৪০ বছৰীয়া যুৱ চিকিৎসকৰ মাজত হঠাৎ হাৰ্ট এটেক হোৱাৰ এক উদ্বেগজনক ধাৰা দেখা গৈছে।

বিশেষজ্ঞসকলৰ মতে, চিকিৎসকৰ মৃত্যুৰ আঁৰত কেইবাটাও কাৰণ আছে। যেনে:

১) অত্যধিক কামৰ বোজাঃ চিকিৎসকে প্ৰায়ে দিনটোত ১২ৰ পৰা ১৮ ঘণ্টা কাম কৰিবলগীয়া হয়। কেতিয়াবা ২৪ ঘণ্টাৰো অধিক কাম কৰিবলগীয়া হয়।

২) মানসিক চাপঃ জীৱন-মৃত্যুৰ সিদ্ধান্ত লোৱাৰ হেঁচা, ৰোগীৰ পৰা অধিক আশা, আইনী জটিলতাৰ ভয় আদিয়ে তেওঁলোকৰ ওপৰত তীব্ৰ মানসিক চাপৰ সৃষ্টি কৰে।

৩) অস্বাস্থ্যকৰ জীৱনশৈলীঃ অনিয়মিত খাদ্যাভ্যাস, শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ, আত্মস্বাস্থ্য পৰীক্ষাৰ অৱহেলাও ইয়াৰ বাবে দায়ী।

৪) মানসিক স্বাস্থ্যৰ প্ৰতি অৱহেলা: পেছাদাৰী মানসিক চাপৰ ফলত হোৱা হতাশা, উদ্বেগ, মানসিক ক্লান্তি প্ৰায়ে আওকাণ কৰা হয়, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

When the Healer Falls: A Wake-Up Call for Doctors’ Heart Health
💔Yesterday morning brought heartbreaking news.
Dr. Gradlin Roy, a 39-year-old cardiac surgeon, collapsed during ward rounds. Colleagues fought valiantly-CPR, urgent angioplasty with stenting, intra-aortic balloon… pic.twitter.com/cS8ViaYeYv

— Dr Sudhir Kumar MD DM (@hyderabaddoctor) August 28, 2025

এই ঘটনাই পুনৰবাৰ পোহৰলৈ আনিছে চিকিৎসকৰ কষ্টকৰ কৰ্মজীৱনৰ বাস্তৱতা আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি থকা বিপদৰ সমস্যা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd