• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ বটিয়ামাৰিত স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ এবছৰীয়া হাতী পোৱালি

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , August 31, 2018 9:21 pm

1 min read

বিশ্বনাথৰ বটিয়ামাৰিত স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ এবছৰীয়া হাতী পোৱালি
105
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ জলৰাশি ক্ৰমান্বয়ে বৃদ্ধি পাই নৈ কাষৰীয়া অঞ্চলসমূহত থকা জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে কাষৰীয়া অঞ্চলৰ বন্যপ্ৰাণী সমূহৰ মাজতো বাসস্থানৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতী পোৱালি বিশ্বনাথৰ বিহালীৰ বটিয়ামাৰীত উদ্ধাৰ হয়।

আনহাতে বন বিভাগে জানিবলৈ দিয়া মতে আজি উদ্ধাৰ হোৱা হাতী পোৱালিটোৰ বয়স এক বছৰ হ’ব। ইফালে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে যোনা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বন্যহস্তীৰ জাক খাদ্য সন্ধানত উলাই আহি বটিয়ামাৰী বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি বহুত লোকৰ ঘৰ দুৱাৰ ভাঙি ক্ষতিগ্ৰস্ত কৰি হাতী জাকটো পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি যায়।

কিন্তু দুৰ্ভাগ্যবশত হাতীৰ জাকটোৰ লগত অহা এটা হাতীৰ পোৱালি থাকি যায়। বৰ্তমান বটিয়ামাৰী অঞ্চলৰ স্থানীয় ৰাইজে হাতীৰ পোৱালিটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা উদ্ধাৰ কৰি বিশ্বনাথৰ বন বিভাগক চমজাই দিয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd