• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ত, কিয়, কেনেকৈ? এটা পানীৰ বটলৰ দাম ১ লাখ ১৬ হাজাৰ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 9:28 am
283
VIEWS
Share on FacebookShare on Twitter

গোৱালপৰীয়া লোকগীতত মানৱ দেহা ‘মাটিৰ ভাণ্ড’ বুলি থাকিলেও মানৱ দেহা আচলতে পানীৰহে ভাণ্ড। মানুহৰ শৰীৰৰ ৭৫ শতাংশই পানী। আনহাতে পৃথিৱীৰ প্ৰায় ৭১ শতাংশ পানী।

পৃথিৱী পৃষ্ঠৰ এই পানী বছৰ বছৰ ধৰি মানুহে প্ৰকৃতিৰ পৰা বিনামূলীয়াকৈ পাই আহিছে। তথাপিও বেছিভাগ সময়তে আমি পানীৰ বাবে ধন দিবলগীয়া হয়। বিশেষকৈ সুস্বাদু পানীৰ বাবে।

মানুহৰ অস্তিত্বৰ বাবে পানী এক অপৰিহাৰ্য উপাদান। ই হজম শক্তিৰ পৰা আৰম্ভ কৰি শাৰীৰিক বৃদ্ধিলৈকে সকলোতে সহায় কৰে। সেয়েহে প্ৰতিদিনে কমেও ৩ লিটাৰ পানী খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। ইয়াৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য, কেৱল মানুহৰ খোৱাৰ বাবেই নহয়, প্ৰাণী আৰু উদ্ভিদ জগতৰ অস্তিত্বৰ বাবেও পানী অপৰিহাৰ্য। পৃথিৱীৰ সকলো ঠাইতে পানী উপলব্ধ হ’লেও বিশুদ্ধ খোৱাপানীৰ পৰিমাণ তাৰ তুলনাত তেনেই তাকৰ।

সাধাৰণতে এক লিটাৰ পানীৰ বটলৰ দাম আকাৰ আৰু কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰি ২০ টকাৰ পৰা ৩০ টকালৈকে হয়। কিন্তু জাপানত বটলত ভৰোৱা এটা পানীৰ বটলৰ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ।

বিশ্বৰ বজাৰত খোৱাপানীৰ বটল বিক্ৰী আৰু উৎপাদন কৰা কোম্পানীসমূহৰ ভিতৰত অন্যতম হৈছে জাপানৰ ফিলিকো জুৱেলাৰী ৱাটাৰ। জাপানত এই পানীৰ এক লিটাৰৰ এটা বটল কিনিবলৈ হ’লে ১৩৯০ ডলাৰ দিব লাগিব। যিটো ভাৰতীয় মূল্যত প্ৰায় ১ লাখ ১৬ হাজাৰ টকা।

এই কোম্পানীটো পানীৰ বিশুদ্ধতাৰ বাবেও পৰিচিত, লগতে পানীৰ বটলৰ অসাধাৰণ পেকেজিঙৰ বাবেও পৰিচিত। আচলতে এই কোম্পানীটোৰ বটলবোৰ স্বৰভস্কি স্ফটিকেৰে সজাই তোলা হৈছে। এই বটলবোৰ মিহি গহনাৰ টুকুৰাৰে তৈয়াৰী ডিজাইনেৰে সজাই তোলা হয়। ফিলিকো জুৱেলাৰীয়ে বিক্ৰী কৰা পানী জাপানৰ কোবেত অৱস্থিত এটা প্ৰাকৃতিক উৎসৰ পৰা লোৱা হয়। এই পানী নিজস্ব কিছুমান গুণৰ বাবে বিখ্যাত। কোৱা হয় যে এই পানী খালে শৰীৰটো সুস্থ হৈ থকাৰ লগতে ছালখনো সুন্দৰ হৈ থাকে।

Recent News

দীৰ্ঘ সময়ৰ কামে সলনি কৰিব পাৰে মগজুৰ গঠন: নতুন অধ্যয়ন

দীৰ্ঘ সময়ৰ কামে সলনি কৰিব পাৰে মগজুৰ গঠন: নতুন অধ্যয়ন

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd