• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‍‘মোক পুনৰ নাচিব পৰা কৰি দিয়ক’, এগৰাকী নৃত্যশিল্পীৰ কাতৰ অনুৰোধ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 26, 2020 8:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‍‘মোক সুস্থ কৰি দিয়ক৷ মোক পুনৰ নাচিব পৰা কৰি দিয়ক’, এক ভিডিঅ’ যোগে এই কাতৰ অনুৰোধ ৰাজ পাল নামৰ এগৰাকী নৃত্যশিল্পীৰ৷

ৰাজ গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ বাসিন্দা। মিউজিকৰ স্নাতক মহলাৰ ছাত্ৰ তথা নৃত্য বিশাৰদ, কৰিঅ’গ্ৰাফাৰ ৰাজৰ অৱস্থা এতিয়া তথৈবচ।

Apply Now

এবছৰৰ আগলৈকে তিনিখনকৈ নিজা নৃত্য স্কুলত প্ৰশিক্ষণ দিয়া নৃত্য বিশাৰদগৰাকীৰ সংগ এতিয়া বিচনা।

২০১৯ বৰ্ষৰ জুন মাহত এক ভয়ংকৰ ৰেইল দুৰ্ঘটনাত পতিত হৈছিল ৰাজ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দুটাকৈ অস্ত্ৰোপ্ৰচাৰ কৰাত কিছু পৰিমাণে সুস্থ হয় যদিও আজি পৰ্যন্ত যন্ত্ৰণা উপশম হোৱা নাই নৃত্য শিল্পীগৰাকীৰ৷

ইপিনে তেওঁৰ যন্ত্ৰনা সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সীমা ৰেখা দেৱীৰ সৈতে যোগাযোগ কৰে আৰু তেখেতে প্লাষ্টিক চাৰ্জাৰী কৰাৰ পৰামৰ্শ দিয়ে।

চিকিৎসকৰ এই পৰামৰ্শৰ পিছতে এতিয়া বিমোৰত পৰিছে নৃত্য শিল্পীজন৷ যিহেতু চিকিৎসাত প্ৰায় আনুমানিক ৪লাখ টকা খৰছ হ’ব৷

উল্লেখযোগ্য যে দুবেলা দুসাজৰ বাবে হাহাকাৰ কৰিব লগা ঘৰখনে এতিয়া ৪ লাখকৈ টকা ব্যয় কৰি চিকিৎসা কৰিব নোৱাৰাৰ বাবে এতিয়া অসমবাসী ৰাইজ আৰু অসম চৰকাৰক সহায় আগবঢ়াবলৈ অনুৰোধ কৰিছে।

ৰাজে ভিডিঅ’যোগে কয়, “মোক সুস্থ কৰি দিয়ক৷ মোক পুনৰ নাচিব পৰা কৰি দিয়ক৷ যাতে মই ঘৰখনৰ বাবে কিবা অলপ উপাৰ্জন কৰিব পাৰো”৷

এই নৃত্য শিল্পীগৰাকীক সহায় কৰিব বিচাৰিলে বেংক অফ ইণ্ডিয়াত ধন আগবঢ়াব পাৰে।

Bank of India ৰ একাউণ্ট নম্বৰ হৈছে : 502910110002199, IFSC BKID0005029।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd