DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বীপ ৰাষ্ট্র শ্ৰীলংকাত আঁতৰা নাই সংকট: নিযুক্তিৰ এদিন পিছতে পদত্যাগ বিত্ত মন্ত্ৰী চাব্ৰীৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 5, 2022 1:59 pm
দ্বীপ ৰাষ্ট্র শ্ৰীলংকাত আঁতৰা নাই সংকট: নিযুক্তিৰ এদিন পিছতে পদত্যাগ বিত্ত মন্ত্ৰী চাব্ৰীৰ
171
VIEWS
Share on FacebookShare on Twitter

অৰ্থনৈতিক সংকটে গ্ৰাস কৰা শ্ৰীলংকাত দেশ খনৰ ৰাষ্ট্ৰপতিয়ে কালি চাৰিগৰাকী মন্ত্ৰীক নিযুক্তি দি সাংবিধানিক সংকট দূৰ কৰাৰ চেষ্টা কৰিছিল যদিও সেই চেষ্টা যেন ব্যৰ্থ হোৱাৰ উপক্ৰম হৈছে।

কালি পুনৰ বিত্তমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা আলি চাব্ৰীয়ে নিযুক্তি লাভৰ ২৪ ঘণ্টাৰ পিছতেই পদত্যাগ কৰিছে।

দেশৰ শেহতীয়া অৰ্থনৈতিক সংকটৰ পৰা সহজে নিস্তাৰ পোৱাৰ বাট নেদেখিয়েই চাব্ৰীয়ে পদত্যাগৰ সিদ্ধান্ত লয়।

চাব্ৰীয়ে ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত কয়, “মই ইয়াৰ দ্বাৰা তাৎক্ষণিক ভাৱে বিত্ত মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছো,”।

তেওঁ দেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে নতুন বিত্ত মন্ত্ৰী এগৰাকীক নিযুক্তি দিয়াটো সমীচিন হ’ব বুলি পত্ৰ খনত প্ৰকাশ কৰে।

উল্লেখ্য সোমবাৰে ৰাষ্ট্ৰপতি ৰাজপাক্ষেই নিযুক্ত প্ৰদান কৰা চাৰিজন নতুন মন্ত্ৰীৰ ভিতৰত চাব্ৰীও এজন আছিল।

শ্ৰীলংকাই বৰ্তমান দেশ খনৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।

ইন্ধন, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ অত্যধিক মূল্যবৃদ্ধি তথা নাটনিৰ লগতে বিদ্যুতৰ যোগানো অনিয়মীয়া হৈ পৰাত দেশবাসীৰ স্বাভাৱিক জীৱনয্তাৰা ব্যহত হৈ পৰিছে।

Recent News

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Lovlina Borgohain Shiva Thapa

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd