DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেয়সীক হত্যা কৰাৰ অভিযোগত অসমত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ এজন প্ৰেমিক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2020 10:23 am
Handcuff-1140x570

প্ৰতিনিধিত্বমূলক ফটো

273
VIEWS
Share on FacebookShare on Twitter

নিজ প্ৰেয়সীক হত্যা কৰাৰ অভিযোগত দিল্লীৰ এগৰাকী প্ৰেমিকক অসমৰ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছে।

সতীশ কুমাৰ নামৰ ২৮ বছৰীয়া যুৱকজনক ডিব্ৰুগড়ৰ এখন হোটেলত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অভিযুক্ত প্ৰেমিকজন ডিব্ৰুগড় পৰা শ্বিলঙলৈ যাবলৈ এখন টেক্সি ভাৰালৈ বুকিং কৰি ৰাখিছিল বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে ঘটনাৰ বিৱৰণীৰ মতে দিল্লীৰ কুটুব বিহাৰৰ নিৱাসী সতীশ কুমাৰৰ বাসগৃহৰ এখন বক্স বিচনাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে সতীশ কুমাৰৰ প্ৰেয়সীৰ অৰ্ধগলিত মৃতদেহ।

দিল্লী আৰক্ষীৰ উদ্ধৃতিৰে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ-এ প্ৰকাশ বাতৰি অনুসৰি সতীশ কুমাৰ আৰু দীক্ষু কুমাৰীয়ে গুৰগাঁৱৰ একেটা প্ৰতিষ্ঠানতে কাম কৰিছিল।

যোৱা ২ অক্টোবৰত আৰক্ষীয়ে খবৰ লাভ কৰে যে সতীশ কুমাৰৰ বন্ধ ঘৰৰ পৰা অৰ্ধগলিত মৃতদেহৰ দুৰ্গোন্ধ নিৰ্গত হৈছে।

আৰক্ষীয়ে সতীশ কুমাৰৰ বন্ধ ঘৰৰ তলা ভাঙি সতীশ কুমাৰৰ শোৱনি কোঠাৰ বক্স বিচনাৰ ভিতৰৰ পৰা দীক্ষু কুমাৰীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে।

“চিটি টিভিৰ ফুটেজত ধৰা পৰিছে যে ২৩ ছেপ্টেম্বৰত দীক্ষু কুমাৰীয়ে সতীশ কুমাৰৰ গৃহত প্ৰৱেশ কৰিছিল। কিন্তু সন্দেহজনকভাৱে কিছু ঘণ্টাৰ পিছত কেৱল সতীশ কুমাৰেহে ঘৰৰ ভিতৰৰ পৰা উলাই অহাৰ ফুটেজ ৰেকৰ্ড হৈ আছে চিচি টিভি কেমেৰাত।” তদন্তকাৰী এগৰাকী আৰক্ষী বিষয়াই কয়।

প্ৰেয়সীক হত্যা কৰি সতীশ কুমাৰে বক্স বিচনাত মৃতদেহটো ভৰাই দিল্লীৰ পৰা পলায়ন কৰি অসমলৈ আহিছিল বুলি দিল্লী আৰক্ষীয়ে ধাৰণা কৰিছে।

গ্ৰেপ্তাৰ কৰা অভিযুক্ত প্ৰেমিকজনক জেৰা কৰাৰ পিছত সমস্ত ঘটনাৰ ৰহস্য পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে দ্বাৰকাৰ ডিচিপি সন্তোষ কুমাৰ মীনাই।

Recent News

আয়বহিৰ্ভুত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

আয়বহিৰ্ভুত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

7 Soldiers Dead In Ladakh

লাডাখত শোকাৱহ দুৰ্ঘটনা: সেনা কঢ়িয়াই নিয়া বাহন বাগৰি পৰিল নদীত, সাত জোৱানৰ মৃত্যু

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd