• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাছাও জিলাত এগৰাকী মহিলা চিকিৎসক ক’ভিড-১৯ত আক্রান্ত

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
July 29, 2020 7:25 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাও জিলাৰ এগৰাকী চিকিৎসক এইবাৰ ক’ভিড আক্রান্ত। মঙলবাৰে অহা স্বাৱ ৰিপ’ৰ্ট অনুসৰি পার্বত্য জিলাৰ দিয়ুঙব্রা ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্রৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত ক’ভিড পজিটিভ পোৱা গৈছে।

তথ্য অনুসৰি মহিলা চিকিৎসক গৰাকী ইয়াৰ আগতে দিয়ুঙব্রা বর্ডাৰ চেক গেটত কর্তব্যৰত আছিল। অৱশ্যে চিকিৎসক আক্রান্তৰ  ঘটনা পোহৰলৈ অহাৰ লগে লগে পাহাৰীয়া জিলাত নতুনকৈ ক’ভিড আতংক বিয়পি পৰিছে।

Apply Now

সাধাৰণ ৰাইজৰ প্রশ্ন হ’ল চিকিৎসক সকল যদি আক্রান্ত হয় তেনে ক্ষেত্ৰত চিকিৎসা ব্যবস্থাৰ কি হ’ব ?

এই পৰিস্থিতিত উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ইএম চ্যামুয়াল চাংছানে কয় ক’ভিড আক্রান্ত মহিলা চিকিৎসকৰ সৈতে আমাৰ কথা-বতৰা হৈছে।

ইএম চাংছান আশাবাদী যে ক’ভিড আক্ৰান্ত চিকিৎসক অতি সোনকালে সুস্থ হৈ উভতি আহিব।

ইয়াৰ লগতে তেওঁ আন আন চিকিৎসক, নাৰ্ছৰ উপৰি ফ্রন্ট লাইন স্বাস্থ্য কর্মী সকলক আশ্বস্থ কৰি কয় যে ক’ভিড পজিটিভ আক্রান্ত চিকিৎসকক সুস্থ কৰি তুলিবলৈ স্বাস্থ্য বিভাগে যাৱতীয় ব্যবস্থা হাতত লৈছে।

উল্লেখনীয় যে ডিমা হাছাও জিলাত মুঠ ক’ভিড আক্রান্তৰ সংখ্যা ১৬৪। সুস্থ হৈ ঘৰলৈ উভতি গৈছে ১৪৯। চিকিৎসাধীন হৈ আছে ১৫ গৰাকী।

ইয়াৰ ভিতৰত হাফলং ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন ১১ গৰাকী। বাকি সকল জিলাৰ বাহিৰত চিকিৎসাধীন হৈ আছে।

আনহাতে চৰকাৰৰ স্বাস্থ্য বিভাগৰ নির্দেশ মর্মে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱা আজি এক বিবৃতি যোগে জনাইছে যে এতিয়াৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা ব্যক্তি সকলে চৈধ্য দিনৰ পৰিৱর্তে দহ দিন কোৱাৰেন্টাইন থাকিব লাগিব।

লগতে চিকিৎসালয়ৰ পৰা মুক্তি পোৱা পোৱা ক’ভিড আক্রান্ত সকলক সাত দিনৰ বাবে হ’ম কোৱাৰেন্টাইনত থকা বাধ্যতামূলক কৰিছে।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd