DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত সহকৰ্মী মহিলা চিকিৎসকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ যুৱ চিকিৎসক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2021 8:00 pm
unnamed-1

প্ৰতিনিধিত্বমূলক ফটো।

424
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ত সহকৰ্মী মহিলা চিকিৎসকৰ ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱ চিকিৎসকে। চহৰখনৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত সংঘটিত হৈছে এই ঘটনা।

ধৰ্ষণৰ বলি মহিলা চিকিৎসক গৰাকীয়ে ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ বৰবৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু ৩২৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি ডিব্ৰুগড়ৰ সঞ্জীৱনি হাস্পাতালৰ চিকিৎসক ৩৪ বছৰীয়া ডাঃ নয়নজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে, ডিব্ৰুগড়ৰে বাসিন্দা বিবাহিত ডাঃ নয়নজ্যোতি ডেকা বিগত কেইমাহ ধৰি হাস্পাতালখনৰ কোভিড-১৯ ৱাৰ্ডৰ কৰ্তব্যৰত হৈ আছে।

নয়নজ্যোতিয়ে ২০০৬বৰ্ষত অসম মেডিকেল কলেজ এণ্ড হাস্পাতালৰ পৰা এমবিবিএছ ডিগ্ৰী গ্ৰহণ কৰিছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ঘটনাৰ বলি মহিলা চিকিৎসকগৰাকীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা দাখিল কৰা অভিযোগৰ ভিত্তিত এটা ধৰ্ষণৰ গোচৰ ৰুজু কৰি অভিযুক্ত ডাঃ নয়নজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি বুধবাৰে নিশা হাস্পাতালত কৰ্তব্যৰ সময়তে ঘটনাটো সংঘটিত হয়। ঘটনাৰ বলি মহিলা চিকিৎসকগৰাকীৰ মেডিকেল পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰা হৈছে।

হাস্পতালৰ এটা কোঠাতেই চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

Recent News

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd