• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মদ খাবলৈ নিদিলে ধন, প্ৰেছাৰ কুকাৰেৰে মূৰ ফালি মদাহী স্বামীয়ে হত্যা কৰিলে পত্নীক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 12, 2023 5:12 pm
710
VIEWS
Share on FacebookShare on Twitter

প্ৰতিদিনে টেটুলৈকে মদ খাই ঘৰলৈ আহে স্বামী। মদ খাই আহি অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে ঘৰত। মদৰ নিচাত পত্নীৰ ওপৰত চলাই নানান অত্যাচাৰ। কেৱল এয়াই নহয়, মদ খাবলৈ জোৰ-জুলুম কৰি লৈ যায় পত্নীৰ সাচতীয়া টকা। সদায় সদায় কিমান আৰু এই অশান্তি সহ্য কৰিব পত্নীয়ে। যাৰ বাবে স্বামীক মদ খাবলৈ টকা দিয়াত অস্বীকাৰ কৰিলে পত্নীয়ে। পত্নীয়ে টকা নিদিয়াৰ বাবেই প্ৰেছাৰ কুকাৰেৰে পত্নীৰ মূৰত আঘাত স্বামীৰ। স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল এইগৰাকী মহিলাৰ।

উত্তৰ প্ৰদেশৰ কৌসম্বিত সংঘটিত হৈছে এই কৰুণ ঘটনা। আৰক্ষীৰ মতে, হত্যাকাণ্ডৰ পিছতেই পলাতক হৈ আছে অভিযুক্ত। হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰৰ বাবে অনুসন্ধান চলাই আছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। 

আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। উত্তৰ প্ৰদেশৰ কৌসম্বী জিলাৰ কুন্দ্ৰাৱী গাঁৱৰ বাসিন্দা পাটালি নামৰ অভিযুক্ত ব্যক্তিজন। পাটালিয়ে প্ৰায় প্ৰতিদিনেই মদ খাইছিল। মদ খোৱাৰ বাবে পত্নীৰ লগত কাজিয়া তথা অশান্তিৰ সৃষ্টি হৈ আছিল দীৰ্ঘদিন ধৰি।

যোৱা শুকুৰবাৰে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত তেওঁ পত্নীৰ পৰা মদ কিনিবলৈ টকা বিচাৰিছিল। কিন্তু তেওঁৰ পত্নী মীনা দেৱীয়ে ধন দিবলৈ অস্বীকাৰ কৰে।

এই সন্দৰ্ভত দম্পতীহালে তৰ্ক কৰিবলৈ ধৰিলে। খঙত অভিযুক্ত স্বামীয়ে হঠাৎ প্ৰেচাৰ কুকাৰেৰে পত্নীৰ মূৰত প্ৰহাৰ কৰিবলৈ ধৰিলে। ইয়াৰ পিছতেই মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। ইয়াৰ পিছতে অভিযুক্তই পলায়ন কৰে।

পিছদিনা অৰ্থাৎ শনিবাৰে মৃত মহিলাগৰাকীৰ ভাতৃ আহি দেখে যে ঘৰৰ ভিতৰত ৰক্তাক্ত অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ পৰি আছে।

ইয়াৰ পিছতে তেওঁ আৰক্ষীক অভিযোগ দিয়ে মহিলাগৰাকীৰ ভাতৃয়ে। গোচৰ ৰুজু কৰি অভিযুক্তক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd