• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ফেচবুক কৰ্ণাৰ

ফেচবুক কৰ্ণাৰ : ৰজাৰ ভৰি চেলেকিম আৰু দুৰ্বলৰ ভৰি ভাঙিম ! ই আকৌ কেনেকোৱা নীতি, বৌদ্ধিক কচৰৎ ?

সম্প্ৰতি The Cross Current, Northeast Now, The Opinion আদি কেইটামান পৰ্টেলক বাদ দিলে বাকী কেইটা মুকলিকৈ চৰকাৰৰ দালাল, গোলামীয়েই কৰি থকা নাই জানো ?

দেবানন্দ মেদক মিৰি by দেবানন্দ মেদক মিৰি
November 26, 2023 11:28 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
“মাজুলী মিউজিক ফেষ্টিভল”ত সুৰাৰ বিজ্ঞাপনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে । ই স্বাভাৱিক । আমিও প্ৰতিবাদ কৰিছো । বন্ধ হওক আৰু আগলৈও নহওক । আমাৰ ধাৰণা স্পষ্ট !
প্ৰথম কথা, অসমৰ আন জিলাত যিমান সুৰা বিক্ৰী হয়, মাজুলীটো হয় । পাৰ্থক্য ইমানেই যে মাজুলীত গোপনে হয় । অবৈধভাৱে সুৰা বিক্ৰী কৰি মাজুলীৰ কিমান মানুহ কৌটিপতি হৈছে কোনোবাই প্ৰত্যাহ্বান জনালে তাৰ তালিকা প্ৰকাশ কৰিম ।
এতিয়া আহোঁ মূল কথালৈ ।
১) এইখন চৰকাৰে সুৰা বিক্ৰীক কৰ সংগ্ৰহৰ অন্যতম উৎস কৰি লৈছে, আমি কিমানে প্ৰতিবাদ কৰিছো ?
২) বিশ্ব ৰেকৰ্ডৰ নামত গাভৰু সকলক ষ্টেডিয়ামলৈ আনি হুৰাই-ঘুৰাই নচোৱালে । হিতাধিকাৰী সজাই ১০ হেজাৰকৈ টকা বিলালে । আমি কিমানে প্ৰতিবাদ কৰিলো ?
৩) অমৃত কলহৰ নামত কেচুৱাৰ পৰা বুঢ়া-মেতালৈ হুৰাই-ঘুৰাই নচোৱালে, আমি কিমানে প্ৰতিবাদ কৰিলো ?
৪) এতিয়া দিহা নামৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে বুঢ়ী-বোৱাৰী সকলে কাম-বন এৰি কচৰৎ কৰাত ব্যস্থ । আমি কিমানে প্ৰতিবাদ কৰিছো ?
৫) সম্প্ৰতি “সাংস্কৃতিক মহাসংগ্ৰাম”ৰ নামত অসমীয়া চিৰ সেউজ গীতৰ তাল, মান, লয় ধ্বংসৰ কামত লক্ষ লক্ষ লৰা-ছোৱালীক নিয়োজিত কৰিছে । আমি কিমানে প্ৰতিবাদ কৰিছো ?
৬) “খেল মহাৰণৰ” নামত ৰাজ্যজুৰি উঠি অহা চামক পগলা কুকুৰৰ দৰে দৌৰাই ফুৰিছে । এইবিলাকৰ প্ৰমাণ-পত্ৰই কি কামত আহিব আমি কেতিয়া প্ৰশান কৰিছো নে ?
সম্প্ৰতি The Cross Current, Northeast Now, The Opinion আদি কেইটামান পৰ্টেলক বাদ দিলে বাকী কেইটা মুকলিকৈ চৰকাৰৰ দালাল, গোলামীয়েই কৰি থকা নাই জানো ?
সামাজিক মাধ্যমত আঙুলি মূৰত গণিব পৰা কেইজন ব্যক্তিয়ে চৰকাৰৰ হতকাৰিতাৰ বিৰোদ্ধে মাত মাতি আহিছে । বাকী সাংবাদিক, বুদ্ধিজীৱি, তাৰকা সকলে কি কৰে ?
এতিয়া কথা হল মাজুলী মিউজিক ফেষ্টিভেলৰ ওপৰত ইমানকৈ জপিয়াই পৰিছে কিয় ? সমালোচনাৰে থকাসৰকা কৰিছে কিয় ? প্ৰত্যক্ষভাৱে চৰকাৰ জড়িত নহয় বুলি ? ভাগত একো পোৱা নাই বুলি ? আয়োজক সকলৰ বেকগ্ৰাওণ্ড দুৰ্বল বুলি ? নে আৰু আন কিবা ?
মাজুলি মিউজিক ফেষ্টিভেলত যি হৈ আছে, ই আমাৰে সাম্প্ৰতিক স্খলিত অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতিফলন নহয় নে ? যি সকলে বিভিন্ন মাধ্যমৰ জড়িয়তে সকলো অন্যায়, অবিচাৰৰ বিৰোদ্ধে মাত মাতি আহিছে তেওঁলোকে মাজুলীৰ ঘটনাতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত, সমালোচনা কৰাত আমি সুখ পাইছো । বিপৰীতে যিসকল চৰকাৰী গোলাম, দালাল, তেওঁলোক হতাৎ সাৰ পাই উঠাত, ব্যভিচাৰৰ বিৰোদ্ধে বিবেক জাগ্ৰত হোৱাত আমি আচৰিত পাইছো । মাত মাতিলে সকলো অন্যায়, অনিয়ম, ব্যভিচাৰৰ বিৰুদ্ধে মাত মাতিব লাগে । ৰজাৰ ভৰি চেলেকিম, আৰু দুৰ্বলজনৰ ভৰি ভাঙিম, ই কেনেকোৱা সচেতনতা গোলাম, দালাল সকল ?

Apply Now
দেবানন্দ মেদক মিৰি

দেবানন্দ মেদক মিৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd