• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ : এবাৰ বীৰেন্দ্ৰ নাথ দত্ত চাৰৰ সৈতে গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈছিলো – অৰিন্দম বৰকটকী

অৰিন্দম বৰকটকী by অৰিন্দম বৰকটকী
October 23, 2023 9:30 pm
196
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ স্মৃতিত বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ এটা ফেচবুক পোষ্ট – 

(এই কথাখিনি লিখিবলৈ মন গ’ল এটা বিশেষ কাৰণত । এবাৰ বীৰেন্দ্ৰ নাথ দত্ত চাৰৰ সৈতে গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈছিলো । সেইদিনা আছিল শিল্পী দিৱস । বাৰে বাৰে ঘোষণা হৈছিল সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ কথা । চাৰে ধেমালি কৰি মোক কৈছিল আমি যে দিনত এই পঢ়া শুনা কৰি সভা সমিতি কৰো সেয়া সংস্কৃতি নহয় নেকি? গায়ক হোৱাৰ উপৰিও চাৰৰো বিভিন্ন গুৰুত্বপূৰ্ণ পৰিচয়ৰ কথা সেয়ে আজি মনলৈ আহিছে । )

বীৰেন্দ্ৰ নাথ দত্ত চাৰে দৈনিক অসমত প্ৰকাশিত এটা সাক্ষাৎকাৰত কৈছিল “শিক্ষকতা মোৰ বৃত্তিও,মোৰ প্ৰবৃত্তিও,শিক্ষকতা মোৰ জীৱিকাও,মোৰ জীৱনো ।”প্ৰতিটো খোজতে অনাড়ম্বৰ অথচ সাংস্কৃতিক গাম্ভীৰ্যৰ পৰিচয় কঢ়িওৱা অৰ্থনীতিৰ স্নাতোকোত্তৰ ,লোকসংস্কৃতিৰ ডক্টৰেট দত্ত চাৰক তেখেতৰ গীতৰ লগতে বি বৰুৱা কলেজৰ অধ্যাপক , গৌৰীপুৰ কলেজ আৰু গোৱালপাৰা কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু পাণ্ডু কলেজৰ অধ্যক্ষ , গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু এবিলেক , আৰ্টিষ্ট গীল্ড, শংকৰদেৱ কলাক্ষেত্ৰ,আই আই টি গুৱাহাটী আদিৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবেও মনত ৰাখিম । মনলৈ আহিছে হাইস্কূল প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰত পঞ্চম স্থান আৰু আই এছ চি পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰি বিজ্ঞান নপঢ়ি শান্তিনিকেতনলৈ অৰ্থনীতি পঢ়িবলৈ যোৱাজনৰ কথাও ।

Apply Now

মহেশ্বৰ নেওগে ১৯৭৪ চনৰ অসম সাহিত্য সভাৰ সভাপতিৰ আসনৰ পৰা কৈছিল : আমাৰ এজন শ্ৰেষ্ঠ কলাকাৰ আৰু পণ্ডিত বীৰেন দত্ত ই এই জীৱনৰ পীৰিতিত পগলা হৈ তাৰ সন্ধানত নিয়তভাৱে লাগিছে ।”তাৰেই ফলশ্ৰুতি তেখেতৰ গোৱালপাৰাৰ লোক সংস্কৃতি,লোক সংস্কৃতিৰ স্বৰূপ আৰু ইয়াৰ অধ্যয়ন,, ব্যক্তি সংস্কৃতি ইত্যাদি , A study of the Folk Culture of the Goalpara District, অক্মফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছে প্ৰকাশ কৰা Cultural Contours of Northeast India’,Folkloric Foragings in India’s North East ৰ দৰে মূল্যৱান গ্ৰন্থ লিখি উলিয়ালে ।

নৱকান্ত বৰুৱাই লিখিছিল ‘ বীৰেন দত্ত একেবাৰে আপোচবিহীন ।’ সেইবাবেই তেখেতে কৰি যোৱা প্ৰতিটো কামেই যে এক বিশেষ মাত্ৰাৰ আৰু তুলনাবিহীন আছিল তাৰ প্ৰমান শিক্ষাবিদ, লোক-সংস্কৃতিবিদ ,গায়ক , শিশু-সাহিত্যিক আদি বিভিন্ন পৰিচয়ত দি থৈ গ’ল ।

চাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি ।

অৰিন্দম বৰকটকী

অৰিন্দম বৰকটকী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd