• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেম বৰুৱা বনাম মৃনাল শইকীয়া !! প্ৰসংগ বিধায়ক মৃনাল শইকীয়ালৈ হেম বৰুৱা বঁটা

ললিত গগৈ by ললিত গগৈ
April 9, 2023 2:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

হেম বৰুৱা বনাম মৃনাল শইকীয়া !! ## সাংসদ হেম বৰুৱাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি হেম বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে এইবাৰ হেম বৰুৱা বটাঁ প্ৰদান কৰিব বিধায়ক মৃনাল শইকীয়াক । কি যোগ্যতা বা কৰ্মদক্ষতাৰ বাবে শাসকীয় দলৰ বিধায়কজনক অসম মাতৃৰ সুযোগ্য সন্তান হেম বৰুৱা বটাঁৰ বাবে বাচনি কৰা হল সেয়া আমাৰ জ্ঞাত নহয় । সমগ্ৰ ৰাজ্যখনৰ ক্ষেত্ৰত নহলেও নিজৰ সমষ্টিতে যদি তেওঁ হেম বৰুৱাৰ আৰ্দশ প্ৰৰ্দশন কৰিছে তাৰ ভূ নেপাওঁ । বিধায়ক শইকীয়া আজীৱন সাহিত্য সেৱী যদিও নাজানো । কিন্ত হেম বৰুৱা সম্পৰ্কত ইমানখিনিয়েই জানো যে আৰম্ভনিতে দুটা নিৰ্বাচনত পৰাজয়ৰ মুখ দেখা আৰু ১৯৫৭ চনৰ পৰা একেৰাহে তিনিটা কাৰ্যকাল ভাৰতীয় সংসদত এগৰাকী প্ৰথম শ্ৰেনীৰ সাংসদ হিচাপে নিজৰ নাম লিখি যোৱা সমাজবাদী আৰ্দশৰ হেম বৰুৱাই শাসক দলত নাথাকিলেও ওৰে জীৱন সংসদৰ ভিতৰে-বাহিৰে অসম আৰু অসমীয়াৰ হকেই গৰ্জন তুলিছিল ; ৰাজ্যৰ প্ৰতিটো হক দাবীৰ বেলিকা ৰাইজৰ পক্ষত থিয় দিয়াই নহয় ৰাজপথৰ সংগ্ৰামৰো নেতৃত্ব লৈছিল । অসমত তেল শোধনাগাৰ আন্দোলন ; শৰাইঘাট দলং ; ৰেলৱে হেড কোৱাৰ্টাৰ ; ব্ৰডগজ লাইন ; বান-গৰাখহনীয়া ; নিবনুৱা সমস্যাকে ধৰি জাতীয় স্বাৰ্থজৰিত এনে কোনো সমস্যা নাই যাক লৈ অকলেই তেওঁ সংসদৰ মজিয়া কপাঁই তোলা নাছিল । জৱাহৰলাল নেহেৰু ; লাল বাহাদুৰ শাস্ত্ৰী ; মোৰাৰজী দেশাই ; ইন্দিৰা গান্ধীলৈকে কাৰ লগত তেওঁ সমানে সমানে তৰ্ক নকৰাকৈ আছিল । সততা আৰু মূল্যবোধৰ ৰাজনীতিৰ জীৱন্ত প্ৰতীক হেম বৰুৱাই গীতা-কোৰান-বাইবেলৰ পৰা মহাত্মা গান্ধী-কাৰ্লমাক্সলৈকে নিয়মিত অনেক গ্ৰন্থ অধ্যয়ন কৰিলেও নিজকে কেতিয়াও গুনী-জ্ঞানী বুলি জাহিৰ কৰাৰ প্ৰয়াস নাছিল । নিজে এবুকু পানীত নামি বান দুৰ্গত লোকক সহায় কৰিছিল যদিও সেইবোৰ কাম প্ৰৰ্দশনকামিতা নাছিল। তিনিটা কাৰ্যকাল বলিষ্ঠ সাংসদ হৈ থাকি নিজৰ বাবে তেওঁ কিনো ধন-সম্পত্তি গোটালে ! ৰাজহ মন্ত্ৰী মতিৰাম বৰাই গুৱাহাটীত ঘৰ-মাটি নথকা হেম বৰুৱাক চৰকাৰীভাবে ডেৰ কঠা মাটি পট্ৰনৰ প্ৰস্তাৱ দিয়াৰ সময়ত তেওঁ কি বুলি সেয়া প্ৰত্যাখান কৰিছিল জানেনে ! তেওঁ মন্ত্ৰীজনক কৈছিল- আপুনি মোৰ ঘৰ-মাটিৰ কথা চিন্তা কৰিব নালাগে । ৰাজ্যৰ ডাল-দৰিদ্ৰ মানুহখিনিৰ কথা ভাবক । বি-বৰুৱা কলেজখনৰ বাবেই পাৰে যদি এডোখৰ মাটি আবণ্টন দিয়ক । যোৰহাট তৰাজানত থকা পিতৃ গৃহতে মোৰ জীৱনটো চলি যাব । এনে এক মূল্যবোধৰ প্ৰতীক হেম বৰুৱাৰ আৰ্দশ লোৱা ৰাজনীতিক আজি আছে কেইজন ! হেম বৰুৱা বটাপ্ৰাপক মৃনাল শইকীয়া একা !

https://www.facebook.com/100076379815835/posts/237247228831269/?mibextid=Nif5oz

ললিত গগৈ

ললিত গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd