• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বন্ধ লেফাফা

লেফাফাটোক লৈ কৰা হুলস্থূল অৰুচিকৰ৷ফুকন ছাৰৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি অসন্মান৷

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 24, 2023 4:17 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
তৰুণ প্ৰজন্ম মানে, যোৱা প্ৰায় তিনিটা দশকৰ কবি সকলৰ প্ৰেৰণা আৰু এফালৰ পৰা কিছু প্ৰতিবন্ধকতাও আছিল নৱকান্ত বৰুৱা আৰু নীলমণি ফুকন৷প্ৰেৰণা এই কাৰণেই যে তেওঁলোক দুজনে অনুজ কবি সকলক বাট দেখুৱাইছিল৷তেওঁলোক দুজনৰ কাব্য-দৰ্শন অনুজ সকলৰ আদৰ্শ আছিল৷পাঠেয় আছিল৷প্ৰতিবন্ধকতা, কিয়নো নৱকান্ত,নীলমণিৰ কবিতাৰ আংগিক,ভাষা আৰু সামগ্ৰিক প্ৰভাবে তেওঁলোকৰ কন্ঠ যেন স্তিমিত কৰি পেলাইছিল৷ পৰিচয় ম্লান কৰি দিছিল৷ এই প্ৰভাব আছিল সচেতন আৰু অসচেতনো৷নৱকান্ত বৰুৱা দুই দশক আগতে আমাৰ মাজৰ পৰা আঁতৰি গ’ল৷নৱকান্তৰ অবৰ্তমানত আজি ইমানদিনে নীলমণিৰ শৰীৰী অস্তিত্ব আৰু সান্নিধ্যইও এই কবি সকলক উজ্জীৱিত কৰি ৰাখিছিল৷ তেখেতৰ ঘৰখন যেন কবি- তীৰ্থহে আছিল৷
সেইজন নীলমণি ফুকনৰ নকল বিতৰ্ক সম্পৰ্কে এই কবি সকলৰ সৰহসংখ্যক ভালদৰে অৱহিতই নাছিল৷ দেখদেখকৈ নকল কৰাটো বেলেগ কথা৷কিন্তু কাৰ প্ৰভাব কাৰ তাত নপৰে? পৃথিৱীত কোন এনে নিখুঁত,বিশুদ্ধ মৌলিক লেখক আছে? ফুকন ছাৰে গোটেই জীৱনটো কবিতাৰ অনুশীলন আৰু শিল্পকলা চৰ্চাত অতিবাহিত কৰিলে ৷ তেখেতৰ কবি-যশ প্ৰশ্নাতীত৷ নৱকান্ত,নীলমণিক বাদ দিলে আধুনিক অসমীয়া কবিতা থাকিবনে?
ময়ো এই নকল বিতৰ্কৰ বিষয়ে শুনিছিলোঁহে৷ কিন্তু, এইটোও জানিছিলোঁ যে ভবেন বৰুৱাই তেতিয়াই এক বিদগ্ধ লেখাৰে এই বিতৰ্কৰ মোখনী মাৰি থৈছিল৷ নীলমণি ফুকন ছাৰ অতি সংবেদনশীল মনৰ মানুহ আছিল৷তেখেতৰ বিৰুদ্ধে অনা এই অভিযোগে তেখেতক অত্যন্ত আঘাত দিছিল৷তেখেতৰ অন্তৰখন চূচুৰ্মৈহৈ গৈছিল৷হয়তো সেই দুখ আৰু ক্ষোভতে এদিন বন্ধ লেফাফাটো তেখেতে নিত্য বৰাক দিছিল৷মই এই কথাটো ইমানদিনে জনা নাছিলোঁ৷জনা হ’লে ফুকন ছাৰক সেই লেফাফাটো ঘূৰাই আনিবলৈ ক’লোহেঁতেন কেতিয়াবাই৷কাৰোবাৰ বিৰুদ্ধে আজি পাঁচ দশক এনে ক্ষোভ এটা পুহি ৰখাটো কেনে কথা? ফুকন ছাৰ তেনে ব্যক্তিনে? ক্ষমা দয়া নাই নেকি তেখেতৰ? হয়তো ছাৰে লেফাফাটোৰ কথা পাহৰিয়ে গৈছিল৷ক্ষমা এক মহান মানবীয় গুণ৷ছাৰে ইমানদিনে তেওঁলোকক ক্ষমা কৰি দিয়া নাছিলনে? এতিয়া এই লেফাফাটো খুলিলে সি আন কাক কিমান হেয় কৰে নাজানো ছাৰকো কিন্তু কম হেয় নকৰিব৷নিত্যদাই লেফাফাটো ফুকন ছাৰৰ পৰিয়ালক গতাই দিয়ক৷আমি সকলোৱে লেফাফাটোৰ কথা পাহৰি যাওঁ৷লেফাফাটোক লৈ কৰা হুলস্থূল অৰুচিকৰ৷ফুকন ছাৰৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি অসন্মান৷

Apply Now
পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd