• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিভিন্ন জিলাৰ ডিটিঅ’ৰ জাল চহীৰে নকল ড্ৰাইভিং লাইচেন্স বনোৱা বৃহৎ চক্ৰ উৎখাত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 4, 2019 3:19 pm

1 min read

Driving License

গড়চুক আৰু বশিষ্ঠ আৰক্ষীয়ে যুটীয়া অভিযানত জব্দ কৰা নকল ড্ৰাইভিং লাচেন্সবোৰ।

2.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত বিভিন্ন জিলাৰ ডিটিঅ’ৰ চহী জাল কৰি ভুৱা ড্ৰাইভিং লাইচেন্সৰ ব্যৱসায় চলাই থকা এটা বৃহত চক্ৰ ধৰা পৰিছে।

গড়চুক আৰু বশিষ্ঠ আৰক্ষীয়ে ৩ ছেপ্টেম্বৰৰ মাজনিশা যুটীয়া অভিযান চলাই লখৰাৰ পৰা এই চক্ৰটো উৎখাত কৰে।

অভিযানৰ সময়ত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে অন্যান্য ৰাজ্যৰ বিভিন্ন জিলাৰ ডিটিঅ’ৰ জাল চহীৰে প্ৰস্তুত কৰা ৩২খন ড্ৰাইভিং লাইচেন্স জব্দ কৰিছে।

ইয়াৰোপৰি কম্পিউটাৰ, ১০০খন কাৰ্ড প্ৰিণ্ট কৰিব পৰা অত্যাধুনিক প্ৰিণ্টাৰ-স্কেনাৰ জব্দ কৰাৰ লগতে এই স্কেনাৰ সংলগ্ন ১০০খন কাৰ্ড জব্দ কৰে।

চক্ৰটোৱে বেহাৰবাৰীৰ এখন দোকানত এই সামগ্ৰীসমূহ মজুত কৰি ৰাখিছিল, আৰক্ষীৰ দাবী।

অভিযানটো লখৰাস্থিত জিলা পিৰবহণ বিভাগৰ কাৰ্যলয় আৰু বেহাৰবাৰীত চলোৱা হৈছিল।

অভিযানৰ সময়ত আৰক্ষীয়ে বৰপেটাৰ নিকুঞ্জ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। দাসৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাৰ ড্ৰাইভিং লাইচেন্স বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন লুটি অহাৰ অভিযোগ আছে।

আৰক্ষীৰ মতে, চক্ৰটোৱে নলবাৰী, কামৰূপ, নগাওঁ জিলাৰ জিলা পৰিবহণ বিষয়াৰ জাল চহী ব্যৱহাৰ কৰাৰ লগতে পাঞ্জাব, উৰিষ্যা, মুম্বাইৰ ডিটিঅ’ৰ চহীও জাল কৰিছিল।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd