• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই সন্তানক হত্যা কৰি আত্মহত্যা কৰিলে পিতৃয়ে

আৰক্ষীৰ সূত্ৰ অনুসৰি হত্যাকাৰী যোৱা শনিবাৰে বিয়লি ব্যক্তিজনৰ পত্নীয়ে টিউচন দিবলৈ ঘৰৰ বাহিৰলৈ ওলাই যায়।  বিয়লি ৫ মান বজাত টিউচনৰ পৰা ঘৰলৈ উভটি আহি তেখেতৰ পত্নীয়ে ঘৰৰ দুৱাৰত টোকৰ দিয়ে। কিন্তু কোনেও দৰ্জা খুলি নিদিয়াত প্ৰায় পাঁচ ঘন্টা সময় ঘৰৰ বাহিৰতে বহি থাকে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2023 6:09 pm
139
VIEWS
Share on FacebookShare on Twitter

গোৱাত সংঘতিত হৈছে এক ভয়ানক কাণ্ড। নিজৰেই দুই সন্তানক হত্যা কৰি আত্মহত্যা কৰিলে পাষাণ পিতৃয়ে।

যোৱা শনিবাৰে গোৱাৰ কেন্দোলিমত এজন পিতৃয়ে নিজৰ দুই সন্তানক হত্যা কৰি আত্মহত্যাৰ পথ বাচি লয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি হত্যাকাৰী যোৱা শনিবাৰে বিয়লি ব্যক্তিজনৰ পত্নীয়ে টিউচন দিবলৈ ঘৰৰ বাহিৰলৈ ওলাই যায়।  বিয়লি ৫ মান বজাত টিউচনৰ পৰা ঘৰলৈ উভটি আহি তেখেতৰ পত্নীয়ে ঘৰৰ দুৱাৰত টোকৰ দিয়ে। কিন্তু কোনেও দৰ্জা খুলি নিদিয়াত প্ৰায় পাঁচ ঘন্টা সময় ঘৰৰ বাহিৰতে বহি থাকে।

অৱশেষত নিশা ১০.৩০ বজাত ওচৰ চুবুৰীয়াৰ সহযোগত ঘৰৰ দুৱাৰ ভাঙি মহিলাগৰাকী ভিতৰলৈ সোমাই যায়। ভিতৰত সোমাই মহিলাগৰাকীয়ে নিজৰ ১৫ বছৰীয়া কন্যা আৰু ৮ বছৰীয়া পুত্ৰৰ মৃতদেহ বিচনাত পৰি থকা অৱস্থাত দেখা পায়।

তাৰপিছতে মহিলাগৰাকীয়ে স্বামীক বিচাৰ-খোচাৰ কৰে। কিছুসময়ৰ পিছতে মহিলাগৰাকীয়ে ঘৰৰ পিছফালে তেখেতৰ স্বামী তথা দুই মৃত সন্তানৰ পিতৃক এজোপা গছত চিপ লৈ থকা অৱস্থাত দেখা পায়।

আৰক্ষীৰ তথ্য মতে দুই সন্তানক হত্যা কৰি নিজেও আত্মহত্যা কৰে মহিলাগৰাকীৰ স্বামীয়ে।      

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd